বগা মাচুৰী ধানঃ বিধ মাঘ আৰু ফাগুন মাহত লগায় আৰু জেঠ মাহত কাটিবৰ বাবে হয়। আৰু ইয়াক দ মাটিত পেলোৱা হয়। এই ধান বিধ অসমত বহু প্ৰচলিত | এই ধান বিধক অসমৰ প্ৰায় ভাগ মানুহে খেতি কৰা দেখা পোৱা যায় |
বগা মাচুৰী ধান ধানৰ কিছু তথ্যঃ
বগা মাচুৰী ধান বিধ অসমত বহুটো ঠাইত দেখিবলৈ পোৱা যায়। আৰু এই ধান বিধ অসমত বহু প্ৰচলিত। আৰু এই ধানৰ ৰং হ'ল বগা।
ইয়াৰ আকাৰঃ প্ৰায় 2মিঃ মিঃ বহল আৰু ৪মিঃ মিঃ পৰা ১ চেঃ মিঃ দীঘল হয়। আৰু ইয়াৰ চিনাক্ট কৰণঃ আকাৰ, আকৃতি আৰু ইয়াৰ বৰণ ।




