চিক্ চিক্ চিকৌ চিকৌ কলি

 

চিক্ চিক্ চিকৌ চিকৌ কলি 

কান্দৈ বাখৰ কলি

 বিলাতী দেশৰ দেশৰ ঐ মাত

 গাটি গমৰ গমৰ ঐ

 মণিৰাম দেৱান দেৱান ঐ 

যোৰহাট জেলৰ জেলৰ ঐ ভাত

 

সোণৰ ধোঁৱাখোৱাত খালি

 মণিৰাম ঐ ৰাম, ৰূপৰ ধোঁৱাখোৱাত খালি

 ৰজা হ'বলৈ গৈ অ' মণিৰাম

 ডিঙিত চিপে জৰী ল'লি 

চিক্‌ চিক্ চিকৌ...

 

(কথা : পৰস্পৰাগত, সুৰ : ভবেন বৰঠাকুৰ)




Post Id:DABP002408