ডালে ডালে গাই কুলি বুলবুলি

 

ডালে ডালে গাই কুলি বুলবুলি

 বন ময়ূৰীৰসতে পেখম

 অ' পেখম তুলি তুলি

 গাই বুলবুলি

 ডালে ডালে...

 

ফাগুনে অগনি জ্বালে

 পলাশৰৰং ঢালে

 পছোৱাৰসতেসেয়ে

 গছে-পাতে হালে-জালে

 চঞ্চল গাভৰুৰ খোপা 

যায় খুলি গাই বুলবুলি

 

মন নাচে হিয়া নাচে

 ৰঙতেৰাঙলী কন্যা সাজোন কাচে

 আৱেগে উতলা তনু

 মননিত বাজে বেণু

শিহৰণ লাগি কিনো

 জাগে অনু-পৰমাণু

 মিলন বাৰ্তালৈ বসন্ত

 বসন্ত আহিলবুলি

 গাই বুলুবুলি।



Posi ID : DABP002313