নিশাৰে তৰালি দেখোঁ
নিশাৰে তৰালি দেখোঁ
সন্ধিয়াৰ বিননি শুনো
কিনো সুৰে হিয়া পৰশে
তাকেহে নেজানোঁ মই
তাকেহে নেজানোঁ মই
কিয় কান্দে চকোৱাই সূৰুয নেদেখি
কিয় হাঁহে কুমুদিনী জোনবাইকে দেখি
মই জানোঁ কিয় মোৰো
চকুলো ওলাই বাগৰি
নিশাৰে...
নেজানোঁ কিনো সুৰেৰে
নিচুকনী গাম মই
মোৰ এই চকুলোধাৰি শুকুৱাবলৈ
মোৰ গান শুনি জানোঁ
সাগৰো যাব আঁতৰি
নিশাৰে তৰালি...।
(কথা আৰু সুৰ-ভবেন বৰঠাকুৰ)
কিয় হাঁহে কুমুদিনী জোনবাইকে দেখি
মই জানোঁ কিয় মোৰো
চকুলো ওলাই বাগৰি
নিশাৰে...
নেজানোঁ কিনো সুৰেৰে
নিচুকনী গাম মই
মোৰ এই চকুলোধাৰি শুকুৱাবলৈ
মোৰ গান শুনি জানোঁ
সাগৰো যাব আঁতৰি
নিশাৰে তৰালি...।
(কথা আৰু সুৰ-ভবেন বৰঠাকুৰ)
Post Id:DABP002391
0 Comments