টোপনি টোপনি হাৰলি টোপনি
টোপনি টোপনি হাৰলি টোপনি
তোৰ কলৰ তলত ঘৰ
সকলো ৰাইজৰ টোপনি আহিয়ে
মইনাৰচকুতেধৰ
টোপনি আহিয়ে মইনাৰ চকুতে
এধানি সপোন থ’লে
নিয়ৰে পিন্ধালে মণিৰে মুকুটে
Post ID: DABP002314