প্ৰথম গোট ঃ

 অক্ষৰ, মাত্ৰা, লয়, যতি, চৰণ, মুক্তক 


আৰ্হি-প্রশ্নঃ


 সাহিত্য বিদ্যা পৰিক্ৰমা গ্ৰন্থৰ গ্ৰন্থকাৰৰ নাম কি?

উত্তৰঃ


 সাহিত্যৰ সাজ গ্ৰন্থৰ ৰচক কোন

উত্তৰঃ


৩।ছন্দ বুলিলে কি বুজা বহলাই লিখা

উত্তৰঃ


৪। কাকত ছন্দৰ প্ৰয়োজনীয়তা এই সম্পর্কে আলোচনা কৰা

উত্তৰঃ


 ছন্দ কেইপ্ৰকাৰৰ আৰু কি কিপ্ৰতিটোৰে চমু পৰিচয় দিয়া

উত্তৰঃ


 চমুটোকা লিখা

(অক্ষৰ

উত্তৰঃ


(যতি

উত্তৰঃ


(লয়

উত্তৰঃ


(পাদ বা চৰণ

উত্তৰঃ


(মাত্রা

উত্তৰঃ


(মুক্তক ছন্দ

 উত্তৰঃ


৭। অক্ষৰ ছন্দৰ চমু পৰিচয় দিয়া উদাহৰণৰ সৈতে

 উত্তৰঃ


মোৰ বাবে তুমি নুৰুবা মালতী ফুল

জীৱনত কিয় মিছাতে বঢ়োৱা ভুল।। 

উক্ত কবিতা ফাঁকি কি ছন্দ বুজাই লিখা 

উত্তৰঃ