Chapter 1 

আধুনিক ভাৰতীয় ৰাজনৈতিক AC চিন্তাধাৰাৰ পৰিচয়

[ Introduction To Modern Indian Political Thought ]

 

প্ৰশ্নাৱলী

১। ইউৰোপত নৱজাগৰণ কেতিয়া আৰম্ভ হৈছিল ?

When was renaissance started in Europe?

উত্তৰঃ 


২। ভাৰতবৰ্ষত নৱজাগৰণৰ কেতিয়া সূচনা হয় ?

   When was renaissance was started in India?

উত্তৰঃ



Post ID: DABP002255


৩। Asiatic Society of Bengal কেতিয়া গঠন হৈছিল ?

In which year Asiatic Society of Bengal was formed?

উত্তৰঃ


৪। ব্ৰাক্ষ সমাজৰ প্ৰতিষ্ঠতা কোন আছিল ?

Who was the founder of Brahma Samaj ?

উত্তৰঃ 


৫। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল ?

Who was the founder of Arya Samaj? 

উত্তৰঃ


৬। কোনখন কাকতত গান্ধীয়ে 'স্বৰাজ' ধাৰণা আগঢ়াইছিল ?

In which paper Gandhi Wrote the idea of Swaraj?

উত্তৰঃ 


৭। ভাৰতীয় জাতীয় কংগ্ৰেজ কোন চনত গঠন হৈছিল ?

When was the Indian National Congress formed ?

উত্তৰঃ


৮। ভাৰতবৰ্ষত সমাজবাডী ধাৰা প্ৰসাৰ হয়-

The Socialist steam started in India Political Thought in-

উত্তৰঃ


৯। 'India in transition and Indian Problem' নামৰ গ্ৰস্থখনৰ ৰচক কোন ?

Who is the author of the book 'India in transition and Indian Problem'? 

উত্তৰঃ


১০।সমাজবাদী দলৰ প্ৰথম সম্পাদকগাকীৰ নাম কি আছিল ?

Who was the first secretary of Soicalist party?

উত্তৰঃ


১১। 'Democratic Socialism' গ্ৰন্থখনৰ ৰচক কোন ?

Who is the author of the book 'Democratic Socialism'?

উত্তৰ-


১২। নাৰীবাদী চিন্তাধাৰাৰ প্ৰথম ভাৰতীয় মহিলা চিন্তাবিদগৰাকী কোন আছিল।

Who was the first women feminist thinker in India?

উত্তৰঃ

 

(B) চমু উত্তৰ দিয়া (Write Short Answer)ঃ

১। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাক প্ৰভাৱিত কৰা দুটা কাৰক লিখা।

Write two factors which have impact on modern Indian political thought.

উত্তৰঃ


২। ব্ৰিটিছ ভাৰতত প্ৰকাশ পোৱা দুখন বাতৰি কাকতৰ নাম লিখা।

Write two name of newspapers published in British India.

উত্তৰঃ


৩। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰহ দুটা বৈশিষ্ট্য লিখা।

Write two name of social reformer of British India.

উত্তৰঃ 


৪। ব্ৰিটিছ ভাৰতৰ দুগৰাকী সমাজ সংস্কাৰকৰ নাম লিখা।

    Write two name of social reformer of British India.

উত্তৰঃ


৫। ভাৰতৰ উদাৰবাদী ধাৰাৰ দুগৰাকী চিন্তাবিদৰ নাম লিখা।  

(Write two name of liberalist of India.) 

উত্তৰঃ


৬। আধুনিক ভাৰতীয় চিন্তাধাৰাৰ উদাৰবাদী ধাৰাৰ দুটা দোষ লিখা।

Write two demerits of liberal stream of modern Indian Political Thought. 

উত্তৰঃ


৭। দুগৰাকী ভাৰতীয় মানৱতাবাদীৰ নাম লিখা।

(Write two names of Humanist in India.) 

উত্তৰঃ


৮। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ আদৰ্শবাদী ধাৰাৰ দুটা গুণ উল্লেখ কৰা।

Mention two merits of Idealist of Indian Political Thought.

উত্তৰঃ 


(C) চমুটোকা (Short Note) : 

১। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা বৈশিষ্ট্যসমূহ 

Features of Modern Indian political thought.

উত্তৰঃ


২। উদাৰবাদী ধাৰা (The liberal steam)

উত্তৰঃ


৩। জাতীয়তাবাদী ধাৰা (The Nationalist stream)

উত্তৰঃ


৪। সমাজবাদী ধাৰা (The Socialist stream)

উত্তৰঃ


৫। মানৱতাবাদী ধাৰা (The Humanist stream)

উত্তৰঃ


৬। নাৰীবাদী ধাৰা (The Feminist Stream)

উত্তৰঃ


৭। গান্ধীবাদী চিন্তা (Gandhian thought)

উত্তৰঃ


(D) ৰচনাধৰ্মী প্ৰশ্ন (Essey Type Questions)?

১। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিভিন্ন ধাৰায়মূহ আলোচনা কৰা।

Discuss the Pre-dominent themes of modern Indian political thought.

উত্তৰঃ


২। ঔপনিৱেশিকৰণে আধিনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিকাশত এক পটভূমি নিৰ্মাণ কৰি দিছে--ব্যাখ্য কৰা।

Colonization provide the context for the development of modern Indian Political thought.  

উত্তৰঃ


৩। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the major characteristics modern Indian political thought.

উত্তৰঃ 


৪। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিকাশক প্ৰভাৱিক কৰা কাৰৰসমূহ ব্যাখ্যা কৰা।

Explain the factors that helps in growth of modern India political thought.

উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type- jit bora.....


Post ID: DABP002255