প্ৰথম গোটঃ ভাৰতবৰ্ষৰ বাণিজ্যিক বেংক

প্রশ্নাবলী :
৮/১০ নম্বৰৰ প্রশ্নোত্তৰ লিখা (১৯০ টা শব্দৰ ভিতৰত) ১। বেংকৰ কাৰ্যাৱলীৰ চমু আভাস দাঙি ধৰা।

উত্তৰঃ ২। ভাৰতবৰ্ষত আধুনিক বেংক পদ্ধতিয়ে কেনেদৰে খোপনি পুতিলে, তাৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ ৩। স্বাধীনতাৰ আগতে আমাৰ দেশৰ বাণিজ্যিক বেংকৰ উত্থান-পতনৰ আলোচনা কৰা। উত্তৰঃ

৪। স্বাধীন ভাৰতৰ বাণিজ্যিক বেংকৰ প্ৰগতিৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ

৫। ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণৰ ফলাফল আলোচনা কৰা।

উত্তৰঃ ৬। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কাৰ্য্য-কলাপৰ চমু আভাস দিয়া।

উত্তৰঃ

৭। চৈধ্যটা ভাৰতীয় বাণিজ্যিক বেংক কি কাৰণে ৰাষ্ট্ৰায়ত্তলৈ অনা হয়? ৰাষ্ট্ৰায়ত্ত বেংক এই দিশত কিমানদূৰ ফলৱৰ্তী হৈছে।

উত্তৰঃ ৮। ৰাজহুৱা বা চৰকাৰী বেংক কাক বোলে? সেইবোৰৰ প্ৰগতি চমুকৈ আলোচনা কৰা।

উত্তৰঃ ৯। বাণিজ্যিক বেংকৰ আভ্যন্তৰীণ সংগঠনৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ ১০। বাণিজ্যিক বেংকে কি কি উপায়ে আমানত সংগ্ৰহ কৰে লিখা।

উত্তৰঃ ১১। কিদৰে বাণিজ্যিক বেংকে ঋণ প্রদান কৰে আলোচনা কৰা।

উত্তৰঃ

১২। বাণিজ্যিক বেংকৰ জনোপযোগী আৰু এজেন্সি কাৰ্য্য বৰ্ণনা কৰা।

উত্তৰঃ ১৩। চমু উত্তৰ দিয়াঃ ৪ নম্বৰৰ প্রশ্নোত্তৰ লিখা (৯০ শব্দৰ ভিতৰত) (ক) অধিবিকর্য বা অ’ভাৰদ্ৰাফট্

উত্তৰঃ (খ) নগদ ঋণ

উত্তৰঃ (গ) ঋণ

উত্তৰঃ (ঘ) বিল ভঙোৱা বা বাট্টাকৰণ

উত্তৰঃ (ঙ) বিনিয়োগ।

উত্তৰঃ ১৪। প্রত্যক্ষ উত্তৰ দিয়া : (১ নম্বৰৰ প্ৰশ্নোত্তৰ লিখা)

(ক) ইম্পেৰিয়েল বেংক অব ইণ্ডিয়াৰ সৃষ্টি কেতিয়া হয়?

উত্তৰঃ (খ) ভাৰতীয় ষ্টেট বেংকৰ সৃষ্টি কেতিয়া হয়?

উত্তৰঃ

(গ) কেতিয়া ১৪ টা ভাৰতীয় বাণিজ্যিক বেংক ৰাষ্ট্রায়ত্ত কৰা হয়?

উত্তৰঃ (ঘ) বৰ্তমান ভাৰতত কিমানটা বাণিজ্যিক বেংক চৰকাৰী খণ্ডত আছে?

উত্তৰঃ (ঙ) বাণিজ্যিক বেংকৰ অংশধাৰকৰ দেনা কেতিয়া সীমিত কৰা হয়?

উত্তৰঃ

(চ) বেংক আমানতৰ বীমা আঁচনি কেতিয়া হয়?

উত্তৰঃ ১৫। টোকা লিখাঃ (২ নম্বৰৰ প্রশ্নোত্তৰ ৫০ টা শব্দৰ ভিতৰত লিখা) (ক) অনুসূচীত বেংক।

উত্তৰঃ (খ) অনুসূচী বহিভূর্ত বেংক।

উত্তৰঃ (গ) চৰকাৰী খণ্ডৰ বেংক।

উত্তৰঃ (ঘ) বেচৰকাৰী খণ্ডৰ বেংক।

উত্তৰঃ (ঙ) বাণিজ্যিক বেংকৰ সামাজিক নিয়ন্ত্রণ।

উত্তৰঃ (চ) নায়ক বেংক আঁচনি।

উত্তৰঃ ১৬। বেংকৰ আভ্যন্তৰীণ সংগঠনৰ এখনি তালিকা প্রস্তুত কৰা। (৫ নম্বৰৰ)

উত্তৰঃ



Post ID: DABP002234