দ্বিতীয় গোটঃ ভাৰতীয় ৰিজাৰ্ভ বেংক

প্রশ্নাৱলীঃ
(ক) ২ নম্বৰৰ অতি চমু উত্তৰৰ প্ৰশ্ন (৫০ শব্দৰ ভিতৰত) ১। ৰিজাৰ্ভ বেংক বুলিলে কি বুজা?

উত্তৰঃ ২। ৰিজাৰ্ভ বেংকৰ বহিঃসংগঠন মানে কি?

উত্তৰঃ ৩। ৰিজাৰ্ভ বেংকৰ আভ্যন্তৰীণ সংগঠন বুলিলে কি বুজা লিখা।

উত্তৰঃ ৪। ৰিজাৰ্ভ বেংকৰ নোট প্ৰৱৰ্তনৰ একচেটিয়া অধিকাৰ মানে কি?

উত্তৰঃ ৫। চৰকাৰৰ বেংকাৰ হিচাপে ৰিজাৰ্ভ বেংকে কি কি প্রধান কাম কৰে?

উত্তৰঃ ৬। ৰিজাৰ্ভ বেংকক কিয় বেংকৰ বেংকাৰ বোলে?

উত্তৰঃ

৭। অন্তিম মুহূৰ্তৰ ঋণদাতা বুলি ৰিজাৰ্ভ বেংকক কিয় কোৱা হয়?

উত্তৰঃ ৮। পৰিশোধ ভৱন মানে কি?

উত্তৰঃ ৯। ঋণ নিয়ন্ত্ৰণৰ পৰম্পৰাগত অহিলা কি কি?

উত্তৰঃ ১০। ঋণ নিয়ন্ত্ৰণৰ বাছনিমূলক আহিলা কি কি?

উত্তৰঃ ১১। বেংকৰেট মানে কি?

উত্তৰঃ

১২। বাট্টাহাৰ কাক বোলে?

উত্তৰঃ ১৩। মুকলি বজাৰৰ লেনদেন মানে কি?

উত্তৰঃ ১৪। পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত বুলিলে কি বুজায়?

উত্তৰঃ

১৫। বিধিগত তাবল্য অনুপাত কি?

উত্তৰঃ ১৬। মাৰ্জিনৰ অনুপাত মানে কি?

উত্তৰঃ ১৭। ভোক্তাৰ ঋণ নিয়ন্ত্রণ মানে কি?

উত্তৰঃ ১৮। নৈতিক প্রনোদন কি?

উত্তৰঃ ১৯। ঋণৰ ৰেচনিং কি?

উত্তৰঃ

২০। ঋণ নিয়ন্ত্রণ বুলিলে কি বুজায়?

উত্তৰঃ (খ) ৪/৫ নম্বৰৰ চমু উত্তৰৰ প্ৰশ্ন (৮০/৯০ শব্দৰ উত্তৰ)

২১। ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ উল্লেখ কৰা আৰু এবিধ কাৰ্য্যৰ বিষয়ে লিখা।

উত্তৰঃ ২২। বিজার্ভ বেংক সংগঠনৰ আভাস দিয়া।

উত্তৰঃ ২৩। ৰিজাৰ্ভ বেংকৰ আভ্যন্তৰীণ পৰিচালনাৰ আভাস দিয়া।

উত্তৰঃ

২৪। ৰিজাৰ্ভ বেংকৰ প্ৰশাসনিক বিভাগৰ আভাস দিয়া।

উত্তৰঃ

২৫। নোট প্ৰৱৰ্তনৰ একচেটিয়া কি বুজাই লিখা।

উত্তৰঃ ২৬। সমানুপাতিক নোট প্ৰৱৰ্তন কি বুজাই লিখা।

উত্তৰঃ ২৭। ৰিজাৰ্ভ বেংকে কিদৰে নিম্নতম সংৰক্ষণ ব্যৱস্থাৰে নোট প্ৰৱৰ্তন কৰে?

উত্তৰঃ

২৮। চৰকাৰক কিদৰে ৰিজাৰ্ভ বেংকে সেৱা কৰে আভাস দিয়া।

উত্তৰঃ ২৯। ৰিজাৰ্ভ বেংকে কিদৰে বাণিজ্যিক বেংকবোৰৰ বেংকাৰ হিচাপে কাম কৰে?

উত্তৰঃ ৩০। ৰিজাৰ্ভ বেংকক কিয় দেশৰ বৈদেশিক মুদ্ৰাৰ তত্ত্বাৱধায়ক বোলে?

উত্তৰঃ

৩১৷ দেশৰ মুদ্রাভাণ্ডাৰৰ তত্ত্বাৱধায়ক বুলি ৰিজাৰ্ভ বেংকক কিয় কোৱা হয়?

উত্তৰঃ ৩২। পৰিশোধ ভৱনৰ কাৰ্য্য কি দৰে পৰিচালিত হয় লিখা ।

উত্তৰঃ ৩৩। অন্তর্জাতিক মুদ্রা ভাণ্ডাৰ কাক বোলে? বুজাই লিখা।

উত্তৰঃ

৩৪। বাছনিমূলক ঋণ নিয়ন্ত্ৰণৰ আভাস দিয়া।

উত্তৰঃ ৩৫। ঋণ নিয়ন্ত্ৰণৰ সাধাৰণ ব্যৱস্থাৱলীৰ আভাস দিয়া।

উত্তৰঃ (গ) ৮/১০ নম্বৰৰ ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন (১৬০/১৯০ শব্দৰ উত্তৰ) ৩৬। ৰিজাৰ্ভ বেংকৰ কাৰ্য্যাৱলী উল্লেখ কৰি যিকোনো দুবিধ আলোচনা কৰা।

উত্তৰঃ ৩৭। ৰিজাৰ্ভ বেংকে কিদৰে দেশত নোটৰ প্ৰৱৰ্তন আৰু প্ৰচলন কৰে লিখা।

উত্তৰঃ

৩৮। ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণৰ আহিলাবোৰ উল্লেখ কৰা। লগতে দুই প্ৰকাৰ আহিলাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৩৯। বাছনিমূলক ঋণ নিয়ন্ত্ৰণ মানে কি? ইয়াৰ আভাস দাঙি ধৰা।

উত্তৰঃ ৪০। ৰিজাৰ্ভ বেংকৰ সংগঠনৰ আভাস দিয়া।

উত্তৰঃ ৪১। ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্য কি? ঋণ নিয়ন্ত্ৰণৰ সঁজুলিবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৪২। ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণৰ আভাস দাঙি ধৰা।

উত্তৰঃ



Post ID: DABP002235