------------------------------------------------------------

অলংকাৰ | তৃতীয় গোট | Chapter 3 | BA 6th Semester Assamese Book | Gauhati University BA 6th Semester Assamese Book Question Answer Solution for Assam | সকলো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ সমূহ | গুৱাহাটী বিশ্ব বিদ্য়ালয় প্ৰশ্ন আৰু উত্তৰ সমূহ | BA 6th Semester Assamese Book | 

------------------------------------------------------------

অলংকাৰ 

তৃতীয় গোট  

অতি চমু প্রশ্নঃ

 (সাহিত্য শব্দটো কোনটো ভাষাৰ পৰা আহিছে?

 উত্তৰঃ


(সাহিত্য শব্দটোৰ আগতে ইয়াক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হৈছিল

  উত্তৰঃ


(প্রাচীন ভাৰতত সাহিত্যতত্ত্বক কি বুলি কোৱা হৈছিল?

  উত্তৰঃ


(অলংকাৰ শব্দৰ মূল কি?

    উত্তৰঃ 


ঙ)“বক্রাভিধেয়া শব্দোক্তিৰিষ্টা বাচামলংকৃতিঃ”— এয়া কাৰ

  উত্তৰঃ


(অলংকাৰ-শাস্ত্ৰৰ প্ৰথম আচাৰ্যগৰাকীৰ নাম কি?

  উত্তৰঃ


() “কাব্যং গ্ৰাহ্যমলঙ্কাৰাৎ”— এয়া কাৰ উক্তি?

  উত্তৰঃ


() “সৌন্দর্যমলঙ্কাৰঃ”— এয়া কাৰ উক্তি?

  উত্তৰঃ


চমু প্রশ্ন :

(সাহিত্যশব্দটোৰ বুৎপত্তিগত অৰ্থ লিখা

  উত্তৰঃ


(কাব্য বিচাৰৰ তত্ত্বসমূহ কি কি?

  উত্তৰঃ


(অলংকাৰ শব্দটোৰ মূল আৰু ইয়াৰ অৰ্থ লিখা 

 উত্তৰঃ


() 'অলম্শব্দটোৰ অৰ্থকেইটা আৰু কি কি?

  উত্তৰঃ


(অলংকাৰ কাক বোলে?

  উত্তৰঃ


(সাহিত্যত বা কাব্যত অলংকাৰৰ প্ৰয়োজন প্ৰধানভাৱে কেইটা আৰু কি কি?

  উত্তৰঃ


(সাহিত্যত বা কাব্যত অলংকাৰ প্ৰয়োগ কৰাৰ উদ্দেশ্য কেইটা আৰু কি কি?

  উত্তৰঃ


(অলংকাৰৰ মূল কি?

  উত্তৰঃ


(অলংকাৰৰ প্ৰধান ভাগকেইটা আৰু কি কি?

  উত্তৰঃ


(শব্দালংকাৰ কাক বোলে?

  উত্তৰঃ


(অৰ্থালংকাৰ কাক বোলে?

 উত্তৰঃ


 (কবি-প্রসিদ্ধি কাক বোলে?

  উত্তৰঃ


ড) শব্দালংকাৰৰ ভাগ কেইটা আৰু কি কি?

  উত্তৰঃ

 

বর্ণনাধর্মী প্রশ্ন 

ক) কাব্যত অলংকাৰ বুলিলে কি বুজাঅলংকাৰে কাব্যত কেনেধৰণৰ প্রয়োজনীয়তা সাধন কৰেআলোচনা কৰা

  উত্তৰঃ


(অলংকাৰৰ প্ৰয়োজন প্ৰধানভাৱে তিনিটা”— এই প্ৰয়োজন তিনিটা কি কিউপযুক্ত উদাহৰণ দি ব্যাখ্যা কৰা

  উত্তৰঃ


(সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা 

 উত্তৰঃ


(কাব্যৰ অলংকাৰ কাক বোলেবিভিন্ন আলংকাৰিকৰ অভিমতৰ আধাৰত ‘অলংকাৰ’ শব্দটিৰ অৰ্থ ব্যাখ্যা কৰি এটি আলোচনা যুগুত কৰা

  উত্তৰঃ


ঙ) অলংকাৰ শব্দৰ মূল আৰু অৰ্থৰ আধাৰত অলংকাৰ সম্পৰ্কে আলোচনা কৰা

  উত্তৰঃ


চ) অলংকাৰৰ সংজ্ঞা নিৰূপণ কৰি আলংকাৰিকসকলৰ দৃষ্টিৰে অলংকাৰৰ স্বৰূপ নিৰ্ণয় কৰা

  উত্তৰঃ


ছ) সাহিত্যত অলংকাৰৰ স্থান নির্ণয় কৰি এটি আলোচনা যুগুত কৰা

  উত্তৰঃ


জ) কাব্যত অলংকাৰৰ স্থান মুখ্য নে গৌণএই সম্পর্কে এটি আলোচনা যুগুত কৰা

  উত্তৰঃ


(অলংকাৰ কাক বোলে কেইবিধ আৰু কি কি ? প্রতিবিধৰে সূত্র লিখিউদাহৰণ দিয়া

 উত্তৰঃ


(অলংকাৰ বুলিলে কি বুজাঅলংকাৰৰ প্ৰকাৰভেদ সম্পর্কে লিখা

 উত্তৰঃ


ট) শব্দালংকাৰ বুলিলে কি বুজা কেইবিধ আৰু কি কিপ্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া

  উত্তৰঃ


(অৰ্থালংকাৰ কাক বোলেঅৰ্থালংকাৰৰ প্ৰকাৰভেদ সম্পর্কে আলোচনা কৰা

  উত্তৰঃ


(কবি-প্রসিদ্ধি কাক বোলেইয়াৰ সূত্ৰ লিখি উদাহৰণ দিয়া কাব্য সাহিত্যত কবি-প্ৰসিদ্ধিৰ স্থান নির্ণয় কৰা

  উত্তৰঃ


চমুটোকা লিখা :

 (উপমা

 উত্তৰঃ


(ৰূপক

 উত্তৰঃ


(শ্লেষ

 উত্তৰঃ


ঘ) বক্রোক্তি

 উত্তৰঃ


ঙ) যমক

 উত্তৰঃ


(উৎপ্রেক্ষা

 উত্তৰঃ


(পুনৰুক্তবদাভাস

 উত্তৰঃ


(অর্থান্তৰন্যাস

 উত্তৰঃ


(অতিশয়োক্তি

 উত্তৰঃ


(ব্যাজোক্তি

 উত্তৰঃ


(অনুপ্রাস

 উত্তৰঃ


(নিদর্শনা

 উত্তৰঃ


(ভ্রান্তিমান

 উত্তৰঃ


(সমাসোক্তি

 উত্তৰঃ


(স্বভাৱোক্তি

 উত্তৰঃ


(মালাদীপক

 উত্তৰঃ


(বিৰোধাভাস

উত্তৰঃ