তৃতীয় গোটঃ বিত্তীয় বজাৰঃ

প্রশ্নাবলী:
(ক) অতি চমু উত্তৰৰ প্ৰশ্ন ২ নম্বৰ (প্ৰায় ৫০ টা শব্দৰ ভিতৰত লিখা) ১। বিত্ত মানে কি?

উত্তৰঃ

২। বিত্তীয় বজাৰ কাক বোলে?

উত্তৰঃ ৩। মুদ্রা বজাৰৰ অৰ্থ লিখা।

উত্তৰঃ ৪। ভাৰতীয় মুদ্ৰা বজাৰৰ উপাদানবোৰৰ নাম লিখা।

উত্তৰঃ

৫। ভাৰতীয় মুদ্ৰা বজাৰৰ উপ-বজাৰবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৬। তলবী মুদ্ৰা বজাৰ মানে কি?

উত্তৰঃ ৭। আস্ত বেংকিং মুদ্রা বজাৰ কি?

উত্তৰঃ

৮। ভাৰতীয় মুদ্ৰা বজাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ৯। পুঁজি- বজাৰ মানে কি?

উত্তৰঃ ১০। পুঁজি বজাৰৰ প্ৰধান ভাগ দুটাৰ নাম লিখি সেইবোৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ ১১। প্রাথমিক বা ন-পুঁজি বজাৰৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ ১২। গৌণ পুঁজি বজাৰ কাক বোলে?

উত্তৰঃ ১৩। প্রতিভূতি বজাৰ মানে কি?

উত্তৰঃ ১৪। ভাৰতীয় পুঁজি বজাৰৰ বৈশিষ্ট্য চাৰিটাৰ নাম লিখা।

উত্তৰঃ ১৫। ষ্টক বিনিময় বজাৰ কাক বোলে?

উত্তৰঃ ১৬। বৈদেশিক মুদ্রা বজাৰ কাক বোলে?

উত্তৰঃ ১৭। অনা-বেংক বিত্তীয় অনুষ্ঠান মানে কি?

উত্তৰঃ (খ) চমু উত্তৰৰ প্ৰশ্ন ৪/৫ নম্বৰ (৮০/৯০ শব্দৰ ভিতৰত লিখা) ১৮। বিত্তীয় বজাৰ কাক বোলে বুজাই লিখা।

উত্তৰঃ ১৯। মুদ্ৰা বজাৰ কাক বোলে ব্যাখ্যা কৰা।

উত্তৰঃ ২০। পুঁজি বজাৰ কি বুজাই লিখা।

উত্তৰঃ

২১। প্রতিভূতি বজাৰ কি উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ ২২। ষ্টক বিনিময় কেন্দ্ৰৰ গুৰুত্ব বুজাই লিখা।

উত্তৰঃ ২৩। অনা-বেংক বিত্তীয় অনুষ্ঠানৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ

(গ) ৰচনাধর্মী উত্তৰৰ প্ৰশ্ন (৮/১০ নম্বৰ, ১৯০ শব্দৰ ভিতৰত লিখা) ২৪। বিত্তীয় বজাৰ কি? ই কেই প্ৰকাৰৰ আছে নাম লিখা। তাৰ যিকোনো এবিধৰ বিষয়ে লিখা।

উত্তৰঃ ২৫। মুদ্ৰা বজাৰৰ সংজ্ঞা দিয়া। ভাৰতীয় মুদ্ৰা বজাৰৰ বৈশিষ্ট্য পাঁচবিধৰ বিষয়ে লিখা।

উত্তৰঃ ২৬। ভাৰতীয় মুদ্ৰা বজাৰৰ বিশেষ লক্ষণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ২৭। ভাৰতীয় পুঁজি বজাৰৰ বৈশিষ্ট্যবোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ২৮। মুদ্ৰা বজাৰ আৰু পুঁজি বজাৰৰ অৰ্থ লিখি সেইবোৰ পাৰ্থক্য লিখা।

উত্তৰঃ ২৯। ষ্টক বিনিময় কেন্দ্ৰ কাক বোলে? ইয়াৰ কাৰ্য্যাৱলী চমুকৈ লিখা।

উত্তৰঃ ৩০। অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ



Post ID: DABP002236