Chapter 4

তথ্য বিশ্লেষণ আৰু মানচিত্ৰ প্ৰস্ততকৰণত কম্পিউটাৰৰ ব্যৱহাৰ



অনুশীলনীঃ

১। তলত দিয়া বিকল্প উত্তৰবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা :

(i) তলত দিয়া তথ্যবোৰ বুজাবলৈ কি ধৰণৰ ৰেখাচিত্ৰ ব্যৱহাৰ কৰিবা— দেশ আকৰিক লোৰ উৎপাদন

(শতাংশ হিচাপত) মধ্যপ্রদেশ _______ ২৩.৪৪

গোৱা _______ ২১.৮২

কর্ণটিক _______ ২০..৯৫

বিহাৰ _______ ১৬.৯৮

উৰিষ্যা _______ ১৬.৩০

অন্ধ্রপ্রদেশ _______ ০.৪৫

মহাৰাষ্ট্ৰ _______ ০.০৪

(ক) ৰেখা (খ) বহুদণ্ড আলেখ (গ) চক্র-চিত্র (ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ

(ii) এখন দেশৰ অন্তৰ্গত জিলাবোৰ প্ৰদৰ্শন কৰিবলৈ কোন ধৰণৰ স্থানিক তথ্যৰ প্ৰয়োজন? (ক) বিন্দু (খ) ৰেখা (গ) বহুভূজ (ঘ) ওপৰৰ যিকোনো এটা

উত্তৰঃ

(iii) এখন ৱৰ্ক চিটত দিয়া cell-ৰ সূত্ৰত কোনটো প্ৰচালক পোনতে ব্যৱহাৰ কৰা হয়? (ক) + (খ) - (গ) / (ঘ) ×

উত্তৰঃ

(iv) Excel- Wizard কার্যকাৰিতাই তোমাক কি সহায় কৰিবঃ (ক) ৰেখাংকণত (খ) গণিতীয়/সাংখ্যিকীয় কার্য সম্পাদন কৰাৰ ক্ষেত্ৰত (গ) মানচিত্র অংকন কার্যত (ঘ) ওপৰোক্ত কোনোটোৱেই নহয়

উত্তৰঃ

২। প্রায় ৩০টা শব্দৰ ভিতৰত উত্তৰ লিখাঃ

(i) কম্পিউটাৰৰ বিভিন্ন অংশৰ কাৰ্য কি?

উত্তৰঃ

(ii) হস্তাংকণ কাৰ্যৰ তুলনাত কম্পিউটাৰৰ যোগেদি কৰা প্ৰক্ৰিয়া আৰু উপস্থাপন কৰাৰ ক্ষেত্ৰত কি ধৰণৰ সুবিধা পোৱা যায় লিখা।

উত্তৰঃ

(iii) Worksheet কি?

উত্তৰঃ

৩। নিম্ন উল্লেখিত প্রশ্নবোৰ ১২৫টা শব্দৰ ভিতৰত উত্তৰ লিখাঃ (i) স্থানিক আৰু অনাস্থানিক তথ্যৰ মাজত থকা পার্থক্য উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ


(ii) তিনি প্ৰকাৰৰ ভৌগোলিক তথ্যৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ

ক্রিয়া কলাপ (Activity):

১। সংলগ্ন তথ্যৰ সহায়ত তলত দিয়া কার্যপদ্ধতি সম্পাদন কৰাঃ (ক) তলত দিয়া তথ্যবোৰ এটা কোষত ভৰোৱা; সেইবোৰ My Documents-ত ভাণ্ডাৰীকৃত কৰি Folder-টোৰ নাম ‘বৰষুণ' (rainfall) হিচাপে চিহ্নিত কৰা।

উত্তৰঃ

(খ) Excel spreadsheet ত function wizard ব্যৱহাৰ কৰি মানক বিচ্যুতি (standard deviation) আৰু গড় উলিওৱা।

উত্তৰঃ


(গ) কার্যপদ্ধতি (খ)-ৰ ফলাফল ব্যৱহাৰ কৰি বিচৰণ গুণাংক (coefficient of variation) উলিওৱা।

উত্তৰঃ

(ঘ) ফলাফলবোৰ বিশ্লেষণ কৰা।

উত্তৰঃ

২। উপযুক্ত কৌশল প্রয়োগ কৰি কম্পিউটাৰৰ সহায়ত তলত দিয়া তথ্যবোৰ উপস্থাপন কৰা আৰু ৰেখাডাল বিশ্লেষণ কৰা।

উত্তৰঃ



Post ID : DABP002332