অধ্যায় ৬
জন হেনৰিচ্ পেষ্টালজীৰ শৈক্ষিক চিন্তধাৰা 



(১) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short questions) :

জোহান হেনৰিচ পেষ্টালজী কোন আছিল? 

Who was Johann Henrich Pestalozzi?

Ans-



(ii) পেষ্টালজীয়ে ৰচনা কৰা এখন কিতাপৰ নাম লিখা?

Write the name of one book written by Pestalozzi.

Ans-


শিক্ষাত মনোবৈজ্ঞানিক প্ৰৱণতাৰ জনক কোন আছিল? 

Who was the father of psychological tendency in education?

Ans-


(iv) পেষ্টালজীয়ে শিশুৰ                  ক্ষমতাৰ সামঞ্জস্যপূর্ণ বিকাশত গুৰুত্ব দিছিল। (খালী ঠাই পূৰ কৰা)

Pestalozzi gave importance on harmonious development of child's                  powers. (Fill in the blank)

(v) পেষ্টালজীয়ে আগবঢ়োৱা পাঠ্যক্রমখন অভিজ্ঞতাভিত্তিক আছিল। (শুদ্ধনে অশুদ্ধ লিখা) 

Curriculum prescribed by Pestalzzi is experience based. (Write true or false)


(vi) পেষ্টালজীয়ে আগবঢ়োৱা শিক্ষাৰ লক্ষ্য এটা উল্লেখ কৰা।

Mention one aim of education recommended by Pestalozzi.

Ans-


(vii) পেষ্টালজীৰ জীৱন দৰ্শনত তেওঁৰ মাকৰ প্ৰভাৱ দেখা যায়। (শুদ্ধনে অশুদ্ধ লিখা)

Influence of his mother is reflected in Pestalozzi's philosophy of life. (Write true or false )


(২) চমু উত্তৰৰ প্ৰশ্ন (Questions of short answer) :


(i) পেষ্টালজীৰ জীৱনত প্ৰভাৱ পেলোৱা শিক্ষক দুজনৰ নাম লিখা। 

Write the name of two teachers who influences Pestalozzi's life.

Ans-


(ii) পেষ্টালজীয়ে ৰচনা কৰা দুখন কিতাপৰ নাম লিখা।
 
Write the name of two books written by Pestalozzi.

Ans-



(iii) পেষ্টালজীৰ শিক্ষা দৰ্শনৰ দুটা নীতি উল্লেখ কৰা। 

Mention two principles of Pestalozzi's educational philosophy.

Ans-


(iv) পেষ্টালজীৰ মতে শিক্ষাৰ লক্ষ্য দুটা উল্লেখ কৰা।

Mention two aims of education according to Pestalozzi.

Ans-


(v) পেষ্টালজীৰ মতে পাঠ্যক্ৰমৰ বিষয়বোৰ কি কি?

What are the subjects of curriculum according to Pestalozzi.

Ans-


(vi) পেষ্টালজীৰ মতে শিক্ষকৰ দুটা ভূমিকা লিখা।

Write two roles of teacher according to Pestalozzi.

Ans-


(vii) পেষ্টালজীৰ মতে শিক্ষাদানৰ পদ্ধতি দুটা উল্লেখ কৰা। 

Mention the two methods of teaching according to Pestalozzi.

Ans-


(viii) পেষ্টালজীৰ শিক্ষা দৰ্শনৰ দুটা সবল দিশ উল্লেখ কৰা। 

Mention two strong points of Pestalozzi's educational philosophy.

Ans-


(৩) চমু টোকা লিখা (Write short notes) :


পেষ্টালজী আৰু অনুশাসন। 

Pestalozzi and discipline.

Ans-


(ii) পর্যবেক্ষণ পদ্ধতি। 

Observation method.

Ans-


(iii) পেষ্টালজীৰ দৃষ্টিভংগীত পাঠ্যক্রম। 

Curriculum in Pestalozzi's viewpoint.

Ans-


(iv) পেষ্টালজীৰ মতে শিক্ষা দৰ্শন নীতি।

Principles of educational philosophy according to Pestalozzi. 

Ans-


(v) পেষ্টালজীৰ জীৱন দৰ্শন।

Pestalozzi's philosophy of life.

Ans-


(৪) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long answer) : 

(1) পেষ্টালজীৰ শিক্ষা দৰ্শনৰ নীতিবোৰ আলোচনা কৰা।

Discuss about the principles of educational philosophy of Pestalozzi.
Ans-

(ii) পেষ্টালজীৰ মতে পাঠ্যক্ৰম আৰু শিক্ষাদানৰ পদ্ধতি বর্ণনা কৰা।

Explain the curriculum and methods of teaching according to Pestalozzi. 
Ans-

(iii) পেষ্টালজীৰ শিক্ষা দৰ্শনৰ সবল আৰু দুৰ্বল দিশবোৰ বৰ্ণনা কৰা।

Explain the strong and weakpoints of Pestalozzi's educational philosophy.
Ans-

(iv) বৰ্তমানৰ শিক্ষা ব্যৱস্থাত পেষ্টালজীৰ অৱদান মূল্যায়ন কৰা। 

Evaluate the Pestalozzi's contribution towards present day educational system.

Ans-


Question Type By Parina Hazarika






Post ID: DABP002195