ষষ্ঠ গোটঃ বিভিন্ন প্ৰকাৰৰ গ্ৰাহক

প্রশ্নাৱলী :
(ক) অতি চমু উত্তৰৰ প্ৰশ্ন (২ নম্বৰৰ প্ৰশ্ন) (১) নাবালক কাক বোলে।

উত্তৰঃ (২) যৌথ হিচাপ মানে কি?

উত্তৰঃ (৩) অংশীদাৰী প্ৰতিষ্ঠানে কি দৰে হিচাপ খোলে? (৪) স্কুল এখনে বেংকত হিচাপ খুলিব পাৰেনে?

উত্তৰঃ (৫) বেংকিং লোকপাল কাক বোলে?

উত্তৰঃ (খ) চমু উত্তৰৰ প্ৰশ্ন (৪/৫ নম্বৰৰ প্ৰশ্ন) (৬) বিভিন্ন প্ৰকাৰৰ বেংকৰ গ্ৰাহকৰ নাম লিখা। যিকোনো একপ্ৰকাৰ গ্ৰাহকৰ বিষয়ে লিখা।

উত্তৰঃ (৭) বেংকে নাবালকৰ নামত হিচাপ খোলেনে? এনে হিচাপৰ ক্ষেত্ৰত

উত্তৰঃ বেংকে কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগে?

উত্তৰঃ (৮) বিবাহিত মহিলাৰ নামত হিচাপ খোলোঁতে বেংকে কেনেধৰণৰ সতর্কতা ল'ব লাগে?

উত্তৰঃ (৯) এখন কলেজে কি দৰে বেংকত হিচাপ খুলিব পাৰে লিখা।

উত্তৰঃ (গ) ৮/১০ নম্বৰৰ ৰচনামূলক প্রশ্ন (১০) কোম্পানিৰ নামত হিচাপ খোলা প্ৰক্ৰিয়া বুজাই লিখা।

উত্তৰঃ (১১) অংশীদাৰ প্ৰতিষ্ঠানৰ হিচাপ খোলোঁতে বেংকে কি কি সতর্কতা অৱলম্বন কৰে?

উত্তৰঃ (১২) নিৰক্ষৰ লোকৰ বেংক হিচাপ খোলা প্রক্রিয়া বহলাই লিখা।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Post ID: DABP002233