অধ্যায় ৭
স্বামী বিবেকানন্দৰ শৈক্ষিক চিন্তাধাৰা
(১) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answers) :
(i) স্বামী বিবেকানন্দ কোন আছিল?
Who was Swami Vivekananda?
Ans-
(ii) কোন চনত স্বামী বিবেকানন্দৰ জন্ম হৈছিল?
In which year was Swami Vivekananda born?
Ans-
(iii) বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল?
What was the original name of Swami Vivekananda?
Ans-
(iv) স্বামীজীয়ে ভাতৃত্ববোধত বিশ্বাস কৰিছিল। (খালী ঠাই পূৰণ কৰা)
Swami believs in brotherhood. (Fill in the blank)
(v) বিবেকানন্দৰ মতে জ্ঞান লাভৰ উৎকৃষ্ট পদ্ধতিটোৰ নাম কি?
What is the name of best method of attaining knowledge according to Vivekananda.
Ans-
(vi) বিবেকানন্দৰ মতে জ্ঞান কেৱল তথ্যৰ সমষ্টি (শুদ্ধনে অশুদ্ধ লিখা)
According to Vivekananda, knowledge is only full of information. (Write true or false)
(vii) স্বামী বিবেকানন্দই দৰ্শনত বিশ্বাস কৰিছিল। (খালী ঠাই পূৰণ কৰা)
Swami Vivekananda believed in philosophy. (Fill in the gap).
(viii) বেদান্ত সমাজ কত প্রথমে স্থাপন কৰিছিল?
Where was the first Vedanta Society established?
Ans-
(২) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answers) :
(i) বিবেকানন্দৰ জীৱন দৰ্শনৰ দুটা দিশ উল্লেখ কৰা।
Mention two aspects of Vivekananda's Philosophy of life.
Ans-
(ii) বিবেকানন্দৰ শিক্ষা দৰ্শনৰ দুটা নীতি উল্লেখ কৰা।
Mention two Principles of Vivekananda's educational philosophy.
Ans-
(iii) বিবেকানন্দৰ মতে শিক্ষাৰ লক্ষ্য দুটা উল্লেখ কৰা।
Mention two aims of education according to Vivekananda.
Ans-
(iv) স্বামী বিবেকানন্দৰ ভাষাত প্ৰকৃত ধৰ্ম কি?
What is true religion in the words of Swami Vivekananda.
Ans-
(v) নাৰী শিক্ষাৰ ক্ষেত্ৰত বিবেকানন্দই আগবঢ়োৱা দুটা পৰামৰ্শ লিখা।
Write two recommendations suggested by Vivekananda in regards to women education.
Ans-
(vi) বিবেকানন্দৰ মতে শিক্ষাত অনুশাসন সম্বন্ধে আলোচনা কৰা।
Discuss about discipline in education accroding to Vivekananda.
Ans-
(vii) বিবেকানন্দৰ মতে শিক্ষাদানৰ দুটা পদ্ধতিৰ বিষয়ে লিখা।
Write about two methods of teaching according to Vivekananda.
Ans-
(viii) বিবেকানন্দৰ মতে পাঠ্যক্ৰমৰ বিষয়বোৰ কি কি?
What are the subjects of curriculum accroding to Vivekananda?
Ans-
(৩) চমুটোকা লিখা (Write short notes) :
(i) চাৰি পথ
Four fold path
Ans-
(i) বিবেকানন্দৰ শিক্ষা দৰ্শন
Vivekananda's educational philosophy.
Ans-
(iii) বিবেকানন্দৰ মতে শিক্ষাৰ অৰ্থ
Meaning of education according to Vivekananda.
Ans-
(iv) জন শিক্ষা
Mass education.
Ans-
(v) বিবেকানন্দ আৰু শিক্ষকৰ ভূমিকা
Vivekananda and Role of teacher.
Ans-
(vi) বিশ্ব ভাতৃত্বৰ ধাৰণা।
Concept of Universal brotherhood
Ans-
(vii) চিত্ত সংযোগ পদ্ধতি
Concentration method.
Ans-
(viii) বিবেকানন্দৰ দৃষ্টিভংগীত নাৰী শিক্ষা
Women education in Vivekananda's viewpoint.
Ans-
(৪) দীঘল উত্তৰ প্রশ্ন (Questions of Long Answers) :
(i) বিবেকানন্দৰ শিক্ষা দৰ্শনৰ নীতিবোৰ আলোচনা কৰা।
Discuss about the principles of educational philosophy of Vivekananda.
Ans-
(ii) বিবেকানন্দৰ মতে পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি বর্ণনা কৰা।
Explain about the curriculum and method of teaching according to Vivekananda.
Ans-
(iii) বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বিবেকানন্দৰ অৱদান মূল্যায়ন কৰা।
Evaluate the Vivekananda's contribution towards present educational system.
Ans-
(iv) বিবেকানন্দই আগবঢ়োৱা শিক্ষাৰ লক্ষ্যবোৰ আলোচনা কৰা।
Discuss about the aims of education suggested by Vivekananda.
Ans-
Question Type By Parina Hazarika
Post ID: DABP002196