--------------------------------------------------------

পুঁজি নিয়োগঃ | Chapter 7 | HS 2nd Year প্ৰাথমিক বেংকিং Book Solution | 2nd Year Parthamik Banking Compiled Book Solution All Chapter | HS 2nd Year Banking Book All Chapter Question Answer Solution For Assam |

--------------------------------------------------------

Chapter - 7 

পুঁজি নিয়োগ

প্ৰশ্নাৱলীঃ

১।বেংক ব্যৱস্থাত তাৰল্যৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

উত্তৰঃ

২। তাৰল্য বুলিলে বেংকে কি বুজায়?

উত্তৰঃ

৩। বেংকৰ পৰিসম্পদ বণ্টনৰ শিতানবোৰ কি কি?

উত্তৰঃ

৪। বেংকে নগদ তহবিল কিয় ৰাখে?

উত্তৰঃ

৫। বেংকৰ নগদ ভাণ্ডাৰত কি কি উপাদান থাকে?

উত্তৰঃ

৬। বেংকৰ নগদ তহবিলৰ সমস্যা বুজাই লিখা।

উত্তৰঃ

৭। বেংকৰ নগদ তহবিল কোনবোৰ বিষয়ে নিৰ্দ্ধাৰণ কৰে?

উত্তৰঃ

৮। বেংকৰ নগদ তহবিল নিৰ্দ্ধাৰক বিষয়বোৰৰ আভাস দিয়া।

উত্তৰঃ

৯। বেংকৰ বিধিগত নগদ সংৰক্ষণ কি?

উত্তৰঃ

১০। বিধিগত নগদ সংৰক্ষণৰ ব্যৱস্থা আলোচনা কৰা।

উত্তৰঃ


১১। অনুসূচীত বেংকে ক'ত বিধিগত নগদ সংৰক্ষণ ৰাখে?

উত্তৰঃ

১৩। তলবী ঋণৰ আভাস দাঙি ধৰা।

উত্তৰঃ


১৪। বেংকৰ দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা কি?

উত্তৰঃ

১৫। বেংকৰ নগদ তহবিলক প্রথম শাৰীৰ প্ৰতিৰক্ষা কিয় বোলে?

উত্তৰঃ

১৬। বিনিয়োগ মানে কি? বেংকৰ পৰিসম্পদ হিচাপে বিনিয়োগৰ গুৰুত্ব আলোচনা কৰা?

উত্তৰঃ

১৭। বিল বাট্টাকৰণ কি? উত্তৰঃ

১৮। অগ্ৰিম আৰু ঋণত বেংকে কিয় অধিক পুঁজি নিয়োগ কৰে?

উত্তৰঃ ১৯। বিনিয়োগ আৰু ঋণনীতি আলোচনা কৰা।

উত্তৰঃ ২০। চমুটোকা লিখা : (ক) ঋণ, (খ) নগদ ঋণ,

উত্তৰঃ (গ) অভাৰড্রাফ্‌ট। উত্তৰঃ ২১। প্রত্যয় পত্র কাক বোলে?

উত্তৰঃ

২২। নগদ ঋণ মানে কি?

উত্তৰঃ

২৩। বন্ধকৰ অৰ্থ লিখা।

উত্তৰঃ

২৪। পণ বন্ধক মানে কি?

উত্তৰঃ

২৫। দায় বন্ধক কাক বোলে?

উত্তৰঃ

২৬। পণবন্ধক আৰু দায়বন্ধকৰ প্ৰভেদ লিখা।

উত্তৰঃ

২৭। বন্ধক আৰু পণবন্ধকৰ পাৰ্থক্য লিখা।

উত্তৰঃ

২৮। ঋণ আৰু অধিবিকৰ্ষৰ প্ৰভেদ লিখা।

উত্তৰঃ

২৯। বেংকৰ বিনিয়োগ নীতি চমুকৈ লিখা।

উত্তৰঃ


৩০। বেংকৰ ঋণদান নীতি চমুকৈ লিখা।

উত্তৰঃ

৩১। বেংকৰ পৰিসম্পদৰ শিতানবোৰৰ নাম লিখা।

উত্তৰঃ

৩২। বেংকে কি নীতি অৱলম্বন কৰি প্ৰতিভূতি ঋণ বিনিয়োগ কৰে আলোচনা কৰা।

উত্তৰঃ

৩৩। বেংকে গ্রাহকক ঋণ প্ৰদান কৰোঁতে কি কি বিষয়ে বিবেচনা কৰে লিখা।

উত্তৰঃ



Type- Priyam Patar

Morigaon Assam



Post ID: DABP002201