ৰাজনৈতিক তত্ত্ব এটি পৰিচয়

অধ্য়ায়-১

1. ৰাজনৈতিক তত্ত্ব সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ বা অশুদ্ধ?

(a) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানৰ ভিত্তি গঢ় দিয়া আদৰ্শৰ বিষয়ে আলোচনা কৰে।

উত্তৰঃ শুদ্ধ । 


(b) ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰে।

উত্তৰঃ অশুদ্ধ । 


(c) ৰাজনৈতিক তত্ত্বই সমতা আৰু স্বাধীনতাৰ নিচিনা অৱধাৰণাসমূহৰ অৰ্থ ব্যাখ্যা কৰে। 

উত্তৰঃ শুদ্ধ । 


(d) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলৰ সাফল্যৰ ভৱিষ্যদ্বাণী কৰে।

উত্তৰঃ অশুদ্ধ । 


2. ৰাজনীতিৰ পৰিসৰ ৰাজনীতিবিদসকলৰ কাৰ্যতকৈ বহুত বেছি।— “এই উক্তিটো তুমি সমৰ্থন কৰানে?” উদাহৰণ দিয়া ।

উত্তৰঃ


3।“গণতন্ত্ৰৰ সাফল্যৰ বাবে জাগ্ৰত নাগৰিকৰ প্ৰয়োজন”— মন্তব্য দিয়া। 

উত্তৰঃ গণতন্ত্ৰৰ সাফল্য়ৰ বাবে জাগ্ৰত নাগৰিকৰ প্ৰয়োজন কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কাৰণ গণতন্ত্ৰ হৈছে এনে এক শাসন ব্য়ৱস্থা য'ত জনসাধাৰণেই হৈছে দেশ এখনৰ প্ৰশাসক। জনসাধাৰণে সিহঁতৰ মাজৰ পৰা গণতান্ত্ৰিক পদ্ধতিত প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে আৰু সেই নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজৰ হৈ ৰাইজক শাসন কৰে। বহুসময়ত নিৰ্বাচিত প্ৰতিনিধিসকল ক্ষমতাৰ লোভতে স্বেচ্ছাচাৰীতাকবাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা উচিত।  


4. ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন আমাৰ বাবে কি ধৰণে উপকাৰী? ৰাজনৈতিক তত্ত্বৰ চাৰিটা উপকাৰিতা চিনাক্ত কৰা।

উত্তৰঃ পৰিৱৰ্তন আৰু আন্দোলন ইত্য়াদি ঘটনাবোৰ দেখা পাওঁ। কিন্তু আমি গভীৰভাৱে পৰ্যবেক্ষণ কৰকিলে জানিব পাৰো যে কিছুমান নিৰ্দিষ্ট নীতি আৰু মূল্য়বোধে জনসাধাৰণক অনুপ্ৰাণিত কৰে আৰু আঁচনি প্ৰভাৱিত কৰে। 

(১) ৰাজনৈতিক তত্ত্বই সংবিধান, চৰকাৰ আৰু সামাজিক ৰাজনৈতিক জীৱন নিৰ্ধাৰিত কৰা আদৰ্শ আৰু নীতি প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে। 

(২) আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, ন্য়ায়িক সমীক্ষা ইত্য়াদি নীতিসমূহৰ তাৎপৰ্য ৰাজনৈতিক তত্ত্বই বিচাৰ কৰে। 

 

5. এটা ভাল/পতিয়নযোগ্য যুক্তিয়ে আনক তোমাৰ কথা শুনিবলৈ বাধ্য কৰিব পাৰে বুলি ভাবানে?

উত্তৰঃ


6. ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন গণিত অধ্যয়নৰ নিচিনা বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ




Question Type By- Maiur Rani Kashyap 

Author By- Bikash Bora 


Post Id:DABP002358