Chapter-6 

নাগৰিকত্ব


১। নাগৰিকত্বত ৰাজনৈতিক সম্প্ৰদায় এটাৰ সম্পূৰ্ণ আৰু সমান সদস্যতা হিচাপে অধিকাৰ আৰু বাধ্যবাধকতা দুয়োটাই জড়িত হৈ আছে। আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰতে কোনবোৰ অধিকাৰ ভোগ কৰাৰ বাবে নাগৰিকসকলে আশা কৰে? তেওঁলোকৰ ৰাষ্ট্ৰ আৰু অন্যান্য নাগৰিকৰ প্ৰতি কেনেকুৱা ধৰণৰ বাধ্যবাধকতা থাকিব?

উত্তৰঃ


২। সকলো নাগৰিককে সমান অধিকাৰ প্ৰদান কৰা হ'লেও সকলোৱে তাক সমানে প্রয়োগ কৰিব নোৱাৰিব পাৰে। ব্যাখ্যা কৰা।

উত্তৰঃ


৩। শেহতীয়াভাৱে ভাৰতবৰ্ষত নাগৰিকৰ অধিকাৰৰ পূৰ্ণ উপভোগৰ বাবে হোৱা যিকোনো দুটা বিপ্লৱৰ বিষয়ে চমু টোকা লিখা। ইয়াত কোনবোৰ অধিকাৰ দাবী কৰা হৈছিল?

উত্তৰঃ


৪। শৰণাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰ কি কি? গোলকীয় নাগৰিকত্বৰ ধাৰণাই তেওঁলোকক কিদৰে সহায় কৰিব?

উত্তৰঃ


৫। দেশৰ ভিতৰতে বিভিন্ন অংশৰ পৰা হোৱা প্ৰব্ৰজনক স্থানীয় লোকসকলে প্রায়ে বাধা প্ৰদান কৰে। স্থানীয় অর্থনীতিলৈ প্ৰব্ৰজনকাৰীসকলে কি কি অৱদান আগবঢ়াব পাৰে?

উত্তৰঃ


৬। ‘ভাৰতৰ দৰে সমান নাগৰিকত্ব প্ৰদান কৰা গণতান্ত্রিক নাগৰিকত্ব পৈনতাৰ বিপৰীতে এক কল্পনাহে।' বৰ্তমান ভাৰতবৰ্ষত নাগৰিকত্বক লৈ উত্থাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা।

উত্তৰঃ




Question Type By- Maiur Rani Kashyap          



Post Id:DABP002363