Chapter-5

 অধিকাৰ


১। অধিকাৰ কি আৰু এইবোৰ কিয় প্রয়োজন?

উত্তৰঃ অধিকাৰ হ'ল এটা স্বত্ব বা ন্য়ায়সংগত দাবী। আমি নাগৰিক, ব্য়ক্তি আৰু মানুহ হিচাপে যিহৰ স্বত্বৱান তাকেই চিহ্নিত কৰে। যিবোৰক আমি আমাৰ প্ৰাপ্য় বুলি ভাবো; সেইবোৰক যদি সমাজৰ বাকীবোৰৰ বাবেও যথাৰ্থ (আইনবিদ) দাবী হয় বুলি অনুমোদন জনায়, তেন্তে সেইবোৰ বাহাল ৰাখিব লাগে। 


২। কিহৰ ভিত্তিত কিছুমান অধিকাৰ সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়? সাৰ্বজনীন বুলি বিবেচনা কৰা তিনিটা অধিকাৰ চিহ্নিত কৰা। কাৰণ দশোৱা।

উত্তৰঃ


৩। সাম্প্ৰতিক কালত আমাৰ দেশত দাবী কৰা নতুন কিছুমান অধিকাৰৰ বিষয়ে চমু আলোচনা কৰা। উদাহৰণস্বৰূপে জনজাতি লোকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ অভ্যাস বা বন্ধকী শ্ৰমিকৰ বিৰুদ্ধে ল’ৰা-ছোৱালীৰ অধিকাৰ।

উত্তৰঃ


৪। ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। প্রত্যেকবিধ অধিকাৰৰ একোটা সংজ্ঞা দিয়া।

উত্তৰঃ


৫। ‘অধিকাৰে ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে।' উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ





Question Type By- Maiur Rani Kashyap 




Post Id:DABP002362