অধ্য়ায়ঃ ৭

ভাৰতীয় অৰ্থনীতি

প্ৰশ্নাৱলীঃ

১। ঔপনিৱেশিক ভাৰতীয় অৰ্থনীতিৰ অদ্য়য়ন কিয় প্ৰয়োজনীয় ব্য়াখ্য়া কৰা।

উত্তৰঃ


২। বৃটিছ শাসনকালত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ স্থবিৰতা আৰু নিম্ন উৎপাদনশীলতাৰ মূল কাৰণসমূহ ব্য়াখ্য়া কৰা।

উত্তৰঃ


৩। বৃটিছ শাসনকালৰ ভাৰতবৰ্ষৰ ঔদ্য়োগিক খণ্ডৰ এটি চমু আভাস দাঙি ধৰা।

উত্তৰঃ


৪। উপলেশিক ভাৰতবৰ্ষৰ জনসখ্য়াৰ প্ৰধান বৈশিষ্ট্য়সমূহ কি আছিল?

উত্তৰঃ


৫। সম্পদ নিৰ্গত তত্ত্বটো চমুকৈ ব্যাখ্য়া কৰা।

উত্তৰঃ


৬। বৃটিছ শাসনকালৰ ভাৰতবৰ্ষৰ দুবিধ ৰপ্তানি আৰু দুবিধ আমদানিৰ নাম লিখা।

উত্তৰঃ


৭। অনগ্ৰসৰতাৰ বিকাশ বুলিলে কি বুজা?

উত্তৰঃ


৮। অৰ্থকৰী শস্য় কি?

উত্তৰঃ


৯। কৃষিৰ ব্য়ৱসায়ীকৰণ কি?

উত্তৰঃ


১০। ঋণাত্মক ঔদ্য়োগিকৰণ কি?

উত্তৰঃ


১১। বাণিজ্য়িক উদ্বৃত্ত কি?

উত্তৰঃ


১২। (ক) ভাৰতবৰ্ষৰ জাতীয় আয় গণনা কৰা প্ৰথমগৰাকী অৰ্থনীতিবিদ কোন?

উত্তৰঃ


(খ) ভাৰতীয় জাতীয় আয়ৰ বিজ্ঞানসন্মত গণনা প্ৰথমে কোনগৰাকী অৰ্থনীতিবিদে আগবঢ়াইছিল?

উত্তৰঃ


(গ) কোন চনত টাটা লো আৰু তীখা কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ


(ঘ) ভাৰতবৰ্ষৰ জনসংখ্য়া অধ্য়য়নৰ ক্ষেত্ৰত কোনটো বছৰ 'মহান বিভাজন বছৰ' বুলি অভিহিত কৰা হয়?

উত্তৰঃ


(ঙ) সম্পদ নিৰ্গত তত্ত্বটোৰ উদ্ভাৱক কোন?

উত্তৰঃ


(চ) ভাৰতবৰ্ষৰ প্ৰথম চৰকাৰী লোকপিয়ল কোন চনত সম্পাদন কৰা হৈছিল?

উত্তৰঃ


(ছ) স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম লোকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল?

  • Why is the year 1921 considered a great divide year?
  • Mention four features of Indian agriculture on the eve of independence.
  • Mention main features on Indian economy at the time of independence.
উত্তৰঃ


১৩। উত্তৰ দিয়াঃ

(ক) অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ


(খ) অৰ্থনৈতিক পৰিকল্পনা প্ৰৱৰ্তন কৰা প্ৰথমখন দেশ কি?

উত্তৰঃ


(গ) ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কোন চনত গঠিত হয়?

উত্তৰঃ


(ঘ) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অৰ্থনৈতিক আৰ্হি কোনগৰাকী অৰ্থনীতিবিদে যুগুত কৰি উলিয়াইছিল?

উত্তৰঃ


(ঙ) আমদানিৰ বিকল্পীকৰণ কি?

উত্তৰঃ


(চ) ৬০-ৰ দশকৰ মাজভাগৰ পৰা ৭০-ৰ দশকৰ মাজভাগলৈ ভাৰতবৰ্ষৰ তিনিখন ৰাজ্য়ৰ কৃষিখণ্ডত সেউজ বিপ্লৱ হৈছিল। তাৰে দুকন ৰাজ্য় হ'ল পঞ্জাব আৰু অন্ধ্ৰপ্ৰদেস। তৃতীয়খন ৰাজ্য়ৰ নাম লিখা।

উত্তৰঃ


(ছ) চাহ আৰু তেল উদ্য়োগৰ বাবে জনাজাত ৰাজ্য়খন কি?

উত্তৰঃ


(জ) ১৯৫৬ চনৰ ঔদ্য়োগিক নীতিৰ 'ক' অনুসূচীত কিমানটা উদ্য়োগ সন্নিৱিষ্ট কৰা হৈছিল?

উত্তৰঃ


(ঝ) ক্ষুদ্ৰ উদ্য়োগৰ উন্নয়নৰ বাবে পৰামৰ্শৱলী দাঙি ধৰা সমীতিখনৰ নাম লিখা।

উত্তৰঃ


১৪। উত্তৰ লিখাঃ

(ক) পুঁজিবাদ কি?

উত্তৰঃ


(খ) সমাজবাদ বুলিলে কি বুজা?

উত্তৰঃ


(গ) মিশ্ৰিত অৰ্থমীতি কি?

উত্তৰঃ


(ঘ) পৰিকল্পনা আয়োগৰ মুখ্য় কাৰ্যাৱলী কি কি?

উত্তৰঃ


(ঙ) ৰাজহুৱা বিতৰণ ব্য়ৱস্থা কি?

উত্তৰঃ


(চ) ভৰ্ত্তুকী বা ৰাজসাহায্য় কি?

উত্তৰঃ


(ছ) ঔদ্য়োগীকৰণৰ তাৎপৰ্য কি?

উত্তৰঃ


১৫। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ মূল লক্ষ্য়সমূহ চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ


১৬। ১৯৫১ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ


১৭। ১৯৫১-১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উদ্য়োগ আৰু বাণিজ্য়খণ্ডত হোৱা পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ


Question Type By - Kishor Nath 


Post Id:DABP002487