অধ্য়ায়ঃ ১০

ভাৰতবৰ্ষৰ চুবুৰীয় ৰাষ্ট্ৰ (চীনদেশ আৰু পাকিস্তানঃ এক তুলনামূলক অধ্য়য়ন )


প্ৰশ্নাৱলীঃ

১। উত্তৰ দিয়াঃ

(ক) কোন চনৰ পৰা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্ত্তন কৰা হৈছে?

উত্তৰঃ


(খ) চীন দেশত বছৰি জনসংখ্য়া বৃদ্ধিৰ হাৰ কিমান?

উত্তৰঃ


(গ) পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী কেতিয়া প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ


(ঘ) চীন দেশত ঔদ্য়োগীকৰণৰ হাৰ কিমান?

উত্তৰঃ


(ঙ) চীন দেশত মুক্ত দুৱাৰ নীতি কোনে প্ৰৱৰ্ত্তন কৰিলো?

উত্তৰঃ


(চ) পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫৩.৭ শতাংশ কোনটো খণ্ডৰ পৰা আহে?

উত্তৰঃ


(ছ) চীন দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ঔদ্য়োগিক খণ্ডৰ পৰা আহে?

উত্তৰঃ


(জ) কি এনে দুটা ক্ষেত্ৰ আছে য'ত পাকিস্তানে ভাৰততকৈ অধিক সফল কাম হৈছে?

উত্তৰঃ


২। মিশ্ৰিত অৰ্থনীতিৰ নমুনা বুলিলে কি বুজা?

উত্তৰঃ


৩। চীন দেশৰ মুঠ জাতীয় উৎপাদন সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ


৪। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ চাৰিটা সাদৃশ্য় উল্লেখ কৰা।

উত্তৰঃ


৫। বাৰতীয় অৰ্থনীতি আৰু চীনা অৰ্থনীতিৰ মাজত  মূল্য় পাৰ্থক্য়টো কি?

উত্তৰঃ


৬। চীন আৰু পাকিস্তানৰ অৰ্থনৈতিক উন্নয়নৰ মূল বৈশিষ্ট্য়সমূহ ব্য়াখ্য়া কৰা।

উত্তৰঃ


৭। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।

উত্তৰঃ


৮। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ জন্ম মৃত্য়ুৰ হাৰ সম্পৰ্কে এটা তুলনামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ


৯। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ মুঠ জাতীয় উৎপাদনৰ এটি তুলনামূলক টোকা প্ৰস্তুত কৰা।

উত্তৰঃ



Question Type By - Kishor Nath




Post Id:DABP002491