অধ্য়ায়ঃ ১১

সামগ্ৰী আৰু সেৱা কৰ


প্ৰশ্নাৱলীঃ

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

১। GST -ৰ অৰ্থ লিখা।

উত্তৰঃ


২। GST কোন দেশৰ প্ৰথম বলবৎ কৰা হয় আৰু কোন চনত?

উত্তৰঃ


৩। GST - ৰ যিকোনো তিনিটা উদ্দেশ্য় উল্লেখ কৰা।

উত্তৰঃ


৪। GST - ৰ অধীনত সামৰি লোৱা কৰ সমূহ উল্লেখ কৰা।

উত্তৰঃ


৫। GST - ক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ


৬। GST - ৰ হাৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ


৭। কি কৰৰ পৰিবৰ্তে GST আৰোপ কৰা হৈছে?

উত্তৰঃ


৮। ভাৰতত কোন চনত GST প্ৰবৰ্তন কৰা হয়?

উত্তৰঃ


৯। GST - ৰ সু-প্ৰভাৱ সমূহ উল্লেখ কৰা?

উত্তৰঃ


১০। GST কু-প্ৰভাৱ সমূহ উল্লেখ কৰা।

উত্তৰঃ


১১। ভাৰতবৰ্ষত কোন চনৰ পৰা GST বলবৎ কৰা হৈছে?

উত্তৰঃ


Question Type By - Kishor Nath




Post Id:DABP002492