অধ্য়ায়ঃ ৪

মুদ্ৰা আৰু বেমক ব্য়ৱস্থা

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) মুদ্ৰাৰ প্ৰচলন বেগ;

উত্তৰঃ

(খ) ঋণপত্ৰ;

উত্তৰঃ

(গ) স্থিৰ আমানত;

উত্তৰঃ

(ঘ) বিহিত মুদ্ৰা;

উত্তৰঃ

(ঙ) বিস্তৃত মুদ্ৰা;

উত্তৰঃ

(চ) নগদ সংৰক্ষণ অনুপাত

উত্তৰঃ

(ছ) প্ৰসাৰণ ক্ষমতাসম্পন্ন মুদ্ৰা

উত্তৰঃ

(জ) নিস্ক্ৰিয়ণ।

উত্তৰঃ

(ঝ) ভাৰতবৰ্ষত কাগজীমুদ্ৰা প্ৰচলন কৰা মুদ্ৰণ কৰ্তৃপক্ষটোৰ নাম লিখা।

উত্তৰঃ

(ঞ) উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া।

উত্তৰঃ

২। বিনিময় প্ৰথাৰ প্ৰধান অসুবিধাসমূহ ব্য়াখ্য়া কৰা।

উত্তৰঃ

৩। চেক মুদ্ৰা কিয় মুদ্ৰা নহয়?

উত্তৰঃ

৪। মুদ্ৰা কি? মুদ্ৰাৰ কাৰ্য্য়াৱলী ব্য়াখ্য়া কৰা।

উত্তৰঃ

৫। সমান্তৰাল অৰ্থনীতি কি?

উত্তৰঃ

৬। মূদ্ৰাৰ চাহিদা কিদৰে সৃষ্টি হয়?

উত্তৰঃ

৭। মুদ্ৰাৰ অৱমূল্য়ায়ন কি?

উত্তৰঃ

৮। আদেশী মুদ্ৰাৰ উপাদান সমূহকে?

উত্তৰঃ

৯। মুদ্ৰাৰ তাৰল্য়প্ৰীতি কি? মুদ্ৰাৰ তাৰল্য়প্ৰীতিৰ সৈতে সুদৰ হাৰৰ সম্পৰ্ক কি /

উত্তৰঃ

১০। মু্দ্ৰাৰ যোগান বিশ্লেষণৰ সৈতে কেইটা মাৰ্গ জড়িত হৈ আছে? তাৰে যি কোনো এটা মাৰ্গ ব্য়াখ্য়া কৰা।

উত্তৰঃ

১১। সৰ্বমুঠ মুদ্ৰাগত সম্পদৰাশি কি?

উত্তৰঃ

১২। মুদ্ৰাৰ ঘুণক তত্তবটো ব্য়াখ্য়া কৰা।

উত্তৰঃ

১৩। মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা যি কোনো দুটা ব্য়ৱস্থা ব্য়াখ্য়া কৰা।

উত্তৰঃ

১৪। শেষ পৰ্যায়ৰ ঋণদান হিচাপে বাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-ৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ

১৫। বেংকৰ হাৰ কি?

উত্তৰঃ

১৬। মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ

১৭। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-ৰ যি কোনো চাৰিটা কাৰ্য চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ

১৮। শেষ বা অন্তিম সময়ৰ ঋণদাতা বুলি কাক বুজোৱা হয়?

উত্তৰঃ

১৯। পৰিমাণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতিতকৈ নিৰ্বাচনমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধিতৰ দুটা শ্ৰেষ্ঠতাৰ দিশ উল্লেখ কৰা।

উত্তৰঃ

২০। এখন অৰ্থনীতিৰ মুদ্ৰাস্ফীতিৰ অৱস্থা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে পৰিমানগত ঋণ নিয়ন্ত্ৰণৰ আহিলাসমূহ কিদৰে ব্য়ৱহাৰ কৰিব?

উত্তৰঃ

২১। বিমুদ্ৰাকৰণৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ


Question Type By - Kishor Nath


Post Id:DABP002400