অধ্য়ায়ঃ৫

চৰকাৰী বাজেট আৰু আৰ্থিক ব্য়ৱস্থা

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) বাজেট;

উত্তৰঃ


(খ) ৰাজহুৱা সামগ্ৰী;

উত্তৰঃ


(গ) বহিৰ্ভূতকৰণ;

উত্তৰঃ


(ঘ) পৰিকল্পনা বহিৰ্ভূিত ব্য়য়;

উত্তৰঃ


(ঙ) ঘাটি বাজেট;

উত্তৰঃ


(চ) সৰ্বমুঠ বিত্তীয় ঘাটি;

উত্তৰঃ


(ছ) প্ৰথমিক ঘাটি;

উত্তৰঃ


(জ) সুষম বাজেট গুণক;

উত্তৰঃ


(ঝ) নিৰ্বিনিয়োজন;

উত্তৰঃ


(ঞ) প্ৰত্য়ক্ষ কৰ;

উত্তৰঃ


(ট) পৰোক্ষ কৰ;

উত্তৰঃ


(ঠ) ক্ৰমবৰ্দ্ধমান আয়কৰ;

উত্তৰঃ


(ড) ব্য়ৱসায়িক ৰাজহ;

উত্তৰঃ


(ঢ) কৰ গুণক;

উত্তৰঃ


(ণ) বহিষ্কৰণ প্ৰবাব।

উত্তৰঃ


২। বাজেট কি? বাজেটৰ মূল লক্ষ্য়সমূহ কি কি?

উত্তৰঃ


৩। বাজেটৰ আবণ্টন ক্ৰিয়া কি?

উত্তৰঃ


৪। চৰকাৰী বাজেটৰ উপাদানসমূহৰ চমূ ব্য়াক্য়া আগবঢ়োৱা।

উত্তৰঃ


৫। ব্য়ৱসায়িক বাজহ আৰু পৰ্শাসনীয় ৰাজহ প্ৰত্য়েকৰে একোটিকৈ উদাহৰণ দিয়া।

উত্তৰঃ


৬। পৰিকল্পনা বৰ্হিভূত ব্য়য়ৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ


৭। মূলধন  ব্য়য় কি?

উত্তৰঃ


৮। ব্য়াখ্য়া কৰাঃ

উত্তৰঃ


৯। বিনিয়োগ গুণক আৰু কৰ গুণকৰ পাৰ্থক্য় কি?

উত্তৰঃ


১০। চৰকাৰী বাজেটৰ উদ্দেশ্য় সমূহ কি? এইবোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


১১। সন্তুলিত বাজেট গুণকৰ মূল কিয় একৰ সমান হয়?

উত্তৰঃ


১২। স্বয়ংক্ৰিয় স্থিতিকাৰকৰ তাৎপৰ্য্য় ব্য়াখ্য়া কৰা।

উত্তৰঃ


১৩। ৰিকাৰ্ডিয়  সমতুল্য়তা কি?

উত্তৰঃ


১৪। ঋণপত্ৰ বিক্ৰীৰ সৈতে বহিষ্কৰম প্ৰভাব কি দৰে জড়িত হৈ আছে ব্য়াখ্য়া কৰা।

উত্তৰঃ


১৫। বিনিয়োগ গুণক আৰু প্ৰান্তীয় উপভোগ প্ৰৱণতাৰ সম্পৰ্ক ব্য়াখ্য়া কৰা।

উত্তৰঃ


১৬। আন-কৰ ৰাজহএটা উদাহৰণ দিয়া।

উত্তৰঃ


১৭। এখন চৰকাৰী বাজেটৰ হিচাপত কি থাকে?

উত্তৰঃ


১৮। পৰিকল্পিত আৰ ুঅপৰিকল্পিত ব্য়য়ৰ পাৰ্থক্য় লিখা।

উত্তৰঃ


১৯। চৰকাৰী বাজেটৰ অপিৰকল্পিত ব্য়য়ৰ দুটা মুখ্য় বিষয় উল্লেখ কৰা।

উত্তৰঃ


২০। ৰাজহ ঘাটিৰ তাৎপৰ্য্য় ব্যাখ্য়া কৰা।

উত্তৰঃ


২১। ৰাজহ ঘাটি বুলিলে কি বুজায়? ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হোৱা তিনিটা পৰিস্থিতি ব্যাখ্য়া কৰা।

উত্তৰঃ


২২। চৰকাৰী বাজেটৰ অৰ্থ কি? ৰাজহ প্ৰান্তি আৰু মূলধন প্ৰান্তিৰ মাজত পাৰ্থক্য় দেখুওৱা।

উত্তৰঃ


২৩। সুষম বাজেট কি?

উত্তৰঃ


২৪। বাজেট ঘাটি আৰু বাণিজ্য়িক ঘাটিৰ ৈসংজ্ঞা দিয়া।

উত্তৰঃ


২৫। চৰকাৰী বাজেটৰ অপৰিকল্পিত ব্য়য়ৰ যিকোনো দিটা বিষয় উল্লেক কৰা।

উত্তৰঃ


২৬। চৰকাৰী বাজেটত ৰাজহ ঘাটি কি? ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি ব্য়াখ্যা কৰা।

উত্তৰঃ


২৭। শূন্য় প্ৰাথমিক ঘাটি কি?

উত্তৰঃ


২৮। ৰাজহ প্ৰান্তি আৰু মূলধনী প্ৰান্তিৰ মাজৰ দুটা পাৰ্থক্য় লিখা।

উত্তৰঃ


২৯। প্ৰত্য়ক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ চাৰিটা পাৰ্থক্য় লিখা।

উত্তৰঃ


৩০। বাজেট ঘাটি কি? বাজেট তিনিটা প্ৰকাৰ কি কি?

উত্তৰঃ


৩১।  চৰাকৰী বাজেট কি?

উত্তৰঃ


৩২। ৰাজহ ব্য়য় আৰু মূলধনী ব্য়য়ৰ মাজৰ দুটা পাৰ্থক্য় লিখা।

উত্তৰঃ


৩৩। ঘাটি বাজেয়নশীট কি? উন্নল অৰ্থনীতিৰ ক্ষেত্ৰত ৰাহি বাজেটতকৈ ঘাটি বাজেটক কিয় উপযোগী হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ




Question Type By - Kishor Nath



Post Id:DABP002410