অধ্য়ায়ঃ ৬

আন্তৰ্জাতিক লেনদেনৰ হিচাপ

প্ৰশ্নাৱলীঃ

১। অৰ্থ লিখাঃ

(ক) মুক্ত সমষ্টিবাদী অৰ্থনীতি;

উত্তৰঃ

(খ) মুদ্ৰাৰ বৈদেশীক বিনময় হাৰ;

উত্তৰঃ

(গ) বজাৰ-নিৰ্ভৰ মুদ্ৰাৰ বিনময় হাৰ;

উত্তৰঃ

(ঘ) বহিৰ্বাণিজ্য়ৰ লেনদেনৰ হিচাপ;

উত্তৰঃ

(ঙ) চলিত, হিচাপ;

উত্তৰঃ

(চ) ব্য়ৱস্থাপনীয় লেনদেন;

উত্তৰঃ

(ছ) মুদ্ৰাৰ অৱমূল্য়ায়ন;

উত্তৰঃ

(জ) প্ৰকৃত বিনিময় হাৰ;

উত্তৰঃ

(ঝ) প্ৰান্তিক আমদানি স্পৃহা;

উত্তৰঃ

(ঞ) বৈদেশিক বাণিজ্য় গুণক;

উত্তৰঃ

(ট) যমজ ঘাঁটি।

উত্তৰঃ

(ঠ) অদৃশ্য় মান বাণিজ্য়।

উত্তৰঃ

(ড) মুক্ত অৰ্থনীতি

উত্তৰঃ

(ঢ) বিনময় হাৰ

উত্তৰঃ

২। বৈদেশিক বাণিজ্য়যুক্ত সমষ্টিবাদী অৰ্থনীতিৰ সৈতে বাঁচনিৰ সমস্য়াটো কি দৰে সাঙোৰ খাই আছে ব্য়াখ্য়া কৰা।

উত্তৰঃ

৩। আন্তৰ্জাতিক লেনদেন হিচাপ কি? এই হিচাপৰ উপাদানবোৰ কি কি?

উত্তৰঃ

৪। দৃশ্য়মান আৰু অদৃশ্য়মান বাণিজ্য়ৰ পাৰ্থক্য় কি?

উত্তৰঃ

৫। লেনদেন ভাৰসাম্য়হীনতা কি? এই ভাৰসাম্য়হীনতা আঁতৰ কৰিবলৈ যি কোনো দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ

৬। লেনদেন বিবৃতিত অন্তৰ্ভুক্ত বিভিন্ন হিচাপ বোৰ কি কি?

উত্তৰঃ

৭। লেনদেন মুঠ হিচাপ আৰু বাণিজ্য়িক লেনদেনৰ পাৰ্থক্য় কি?

উত্তৰঃ

৮। নমনীয় বিনিময় হাৰ ব্য়ৱস্থা কি?

উত্তৰঃ

৯। ভাৰসাম্য় বিনিময় হাাৰ কিদৰে নিৰ্ধাৰণ কৰা হয় চিত্ৰৰ সহায়ত ব্য়াখ্য়া কৰা।

উত্তৰঃ

১০। সুদৰ হাৰ আৰু আয়ৰ পৰিৱৰ্তনে মুদ্ৰাৰ বৈদেশিক হাৰৰ ওপৰত কি দৰে প্ৰভাব বিস্তাৰ কৰিব পাৰে চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ

১১। চিত্ৰৰ সহায়ত বাণিজ্য়িক ঘাঁটি আৰু বাণিজ্য়িক ৰাহিৰ ব্য়াখ্য়া কৰা।

উত্তৰঃ

১২। চিত্ৰৰ সহায়ত বৈদেশিক বাণিজ্য় গুুণক ব্য়াখ্য়া কৰা।

উত্তৰঃ

১৩। ব্য়াখ্য়া কৰাঃ Nx = (S– I) + Sq.

উত্তৰঃ

১৪। বৈদেশিক লেনদেনৰ সমতা কি?

উত্তৰঃ

১৫। এখন মুক্ত অৰ্থব্য়ৱস্থাত যদি প্ৰান্তিক উপভোক্তা প্ৰবণতা (c) 0.8 আৰু প্ৰান্তিক আমদানি প্ৰবণতা (m) 0.2 হয় তেনেহলে আয় গুণকৰ মান নিৰ্দ্ধাৰণ কৰা।

উত্তৰঃ

১৬। অদৃশ্য়  বাণিজ্য় কি?

উত্তৰঃ

১৭। লেন-দেনৰ সমতাৰ দুটা প্ৰধান হিচাপ উল্লেখ কৰা।

উত্তৰঃ

১৮। লেন-দেনৰ সমতা কি? লেনদেন সমতাৰ দুটা প্ৰধান হিচাপ উল্লেখ কৰা।

উত্তৰঃ

১৯। মুদ্ৰাৰ অৱমূল্য়ায়ন আৰু মুদ্ৰাৰ বৰ্হিমূল্য়ৰ হ্ৰাসকৰণৰ মাজত পাৰ্থক্য় দেখুওৱা।

উত্তৰঃ

২০। ৰাজহ প্ৰান্তি আৰু মুলধনী প্ৰান্তিৰ মাজৰ দুটা পাৰ্থক্য় লিখা।

উত্তৰঃ

২১। বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা।

উত্তৰঃ

২২। এখন দেশৰ পৰিশোধ সমতাত ভাৰসাম্য়হীনতা সৃষ্টি কৰা চাৰিতা উপাদান উল্লেখ কৰা।

উত্তৰঃ

২৩। মুদ্ৰাৰ অৱমূল্য়ায়ন বুলিলে কি বুজা? মুদ্ৰাৰ অৱমূল্য়ায়নে দেশ এখনৰ আমদানিক পৰিমাণক কিদৰে প্ৰভাৱিত কৰে?

উত্তৰঃ

২৪। পৰিশোধৰ সমতা আৰু বাণিজ্য়ৰ সমতাৰ দুটা পাৰ্থক্য় লিখা।

উত্তৰঃ


Question Type By - Kishor Nath


Post Id:DABP002486