অৰ্ধ্য়ায়ঃ ৮
১৯৯১ চনৰ পৰা হোৱা অৰ্থনৈতিক সংস্কাৰ
প্ৰশ্নাৱলীঃ
১। উত্তৰঃ
(ক) স্বধীনোত্তৰ ভাৰতবৰ্ষত কোন চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ নীতি ব্য়াপকভাৱে প্ৰৱৰ্তন কৰা হৈছে?
উত্তৰঃ
(খ) ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধনৰ গুৰিতে কেইটা কৰাণ আছে?
উত্তৰঃ
(গ) সৰ্বমুঠ বিত্তীয় ঘাঁটি কি?
উত্তৰঃ
(ঘ) ৰুগ্ন উদ্য়োগ কি?
উত্তৰঃ
(ঙ) অৰ্থনৈতিক উদাৰীকৰণ কি?
উত্তৰঃ
(চ) ব্য়ক্তিগতকৰণ বুলিলে কি বুজা?
উত্তৰঃ
(ছ) নিৰ্বিনিয়োজন কি?
উত্তৰঃ
(জ) নবৰত্ন উদ্য়োগৰ যি কোনো এটা বৈশিষ্ট্য় উল্লেখ কৰা।
উত্তৰঃ
(ঝ) বিশ্ব বামিজ্য় সংস্থা কোন চনত স্থাপিত হয়?
উত্তৰঃ
(ঞ) প্ৰত্য়ক্ষ বৈদেশিক বিনিয়োগ কি?
উত্তৰঃ
(ট) গোলকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ
২। উত্তৰ লিখাঃ
(ক) ৰাজহুৱা খণ্ডৰ উদ্য়োগৰ দুটা প্ৰধান দুৰ্বলতা উল্লেখ কৰ।
উত্তৰঃ
(খ) ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য়ৰ ওপৰত উপসাগৰীয় যুদ্ধৰ কি প্ৰভাব পৰিছিল?
উত্তৰঃ
(গ) অৰ্থনৈতিক সংস্কাৰ সাধন নীতিৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা।
উত্তৰঃ
(ঘ) ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ দুটা বিফলতা দেখুৱাই দিয়া।
উত্তৰঃ
৩। কি পটভূমিক ভাৰতীয় অৰ্থনীচিৰ সংস্কাৰ সাধন কৰা হ'ল চমুকৈ ব্য়াখ্যা
উত্তৰঃ
৪। ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা অৰ্থনৈতিক সংস্কাৰ নীতিৰ এক পৰ্যালোচনা আগবঢ়োৱা।
উত্তৰঃ
Question Type By - Kishor Nath
Post Id:DABP002488