মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ
বজাৱ কি সুৰে বেণু
কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু
মোৰে জীৱনৰে সখা কৃষ্ণ
পুৱতি নিয়ৰে সানে চৰণতে
শুকুলা মুকুতাৰ ৰেণু
অ' তোৰ শ্যামল গাতে কোনে
চন্দন পিন্ধালে
অ' তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু কৃষ্ণ তই
বজাৱ সোণৰে বেণু।।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি।
Type by Dipawali Bora
Post Id:DABP002542