নূপুৰে মাতে ৰুণ জুন


নূপুৰে মাতে ৰুণ জুন

নূপুৰে মাতে ৰুণ জুন

নূপুৰে মাতে।।

সখী যাবৰ বেলি

আমাৰ হিয়াখনি

বিষাদে ছাটে।

সখী বিষাদে ছাটে।

বিদায়ৰ পৰতে

চলে চলি চকুতে

সখী চকুপানী নাটে

সখী চকুপানী নাটে।

যোৱা সখী দিছোঁ বিদায়

মনকে ৰাখিবা সদায়

এৰানো কি স'তে

সখী, এৰানো কি স'তে।


Type by Dipawali Bora 



Post Id:DABP002530