সেউজী সেউজী সেউজী অ'
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া অ
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰদালীৰে ফুল ফল
সেন্দুৰীয়া।
আমাৰ চকুলোৰে
পানী দি জীয়ালোঁ
মাণিকী-মধুৰী ধান,
তোমালৈ আনিছোঁ
জগতৰে শইচ
এৰা নিমাতী মান।
Type by Dipawali Bora
Post Id:DABP002551
সেউজী সেউজী সেউজী অ'
সেউজী ধৰণী ধুনীয়া অ
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰদালীৰে ফুল ফল
সেন্দুৰীয়া।
আমাৰ চকুলোৰে
পানী দি জীয়ালোঁ
মাণিকী-মধুৰী ধান,
তোমালৈ আনিছোঁ
জগতৰে শইচ
এৰা নিমাতী মান।
Type by Dipawali Bora
Post Id:DABP002551
Loading your subjects...
Cancel
Print PDF ব্যৱহাৰ কৰিবলৈ Website-ত Login থকা Account-ত Active Membership থাকিব লাগিব।
Dailyassam আপোনাৰ Home Screen ত সফলভাৱে সংলগ্ন কৰা হৈছে।
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links