চৰাই বনৰীয়া
চৰাই বনৰীয়া
মুকলিমূৰীয়া
গাৱ বনৰীয়া গীত।।
মন উৰো উৰো
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত।।
চৰাই বনৰীয়া
মুকলিমূৰীয়া
গাৱ বনৰীয়া গীত।
ঊষা জিৰণীয়া
পাই লগৰীয়া,
সন্ধিয়াৰ দেশলৈ যায়;
অকলনোশৰীয়া
কৰি মোক সখিয়া
গ'লা মিলনৰে নিশাটি পাই।
Type by Dipawali Bora
Post ID : DABP002511