জিৰ জিৰ জিৰ জিৰ


জিৰ জিৰ জিৰ জিৰ                                         
 

জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ'।

টুলবুল টুলবুল কৈ তাকে

হালধীয়া সৰাপাতৰ নাও খনি

গৈ গৈ গৈ

আমাৰ মৰমে এ ভৰা লৈ।

ভৈয়ামৰ ধাননি

বোলালি ঐ

সোণাৱালী  কৈ

মৰমৰ বতৰা লৈ।।

বৈ থাক

বৈ থাক

ৰৈ ৰৈ ৰৈ।


Type by Dipawali Bora 



Post Id:DABP002518