উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ
উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ।।
নীল আকাশত উৰ, তৰাৰ মাজত উৰ
সবাৰে সমানে উৰ
উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ।।
তিনি বৰণীয়া ভাৰতৰে পতাকা।।
আলোকি বিমান
উৰ অ' মোৰ ভাৰতৰে বিজয় নিচান।।
উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ।।
নীল আকাশত উৰ, তৰাৰ মাজত উৰ
সবাৰে সমানে উৰ
উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ।।
Post ID : DABP002507