বাৰিষাৰে ঘন ঘোৰ


বাৰিষাৰে ঘন ঘোৰ।।

বাৰিষাৰে ঘন ঘোৰ।।

বজালি

কিনো উদাসীন সুৰ ?

পৱন অ' উৰুৱাই তাক 一 

নিবিনো কত দুৰ

শূইন জীৱন অ মোৰ 

উটি যাৱ কোনো ফালে

কোন আকুলতে পাবি কুল ?

আকাশ পৱন জোৰা

একেখনি ছবি অ'

কৰি থ'বি মোৰ এই  

জীৱনকে বিয়াকুল। 


Type by Dipawali Bora 



Post Id:DABP002533