জননী মোৰ পূজাৰে মন্দিৰ শুদা

 জননী মোৰ পূজাৰে মন্দিৰ শুদা

জাগা জননী মোৰ মৰণমুগ্ধা।

স্বৰ্ণ অনলদগ্ধা

জাগা-জাগা

চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা।

স্বব্ধ প্ৰশান্ত নীৰৱতা ভেদি

জাগা-জাগা

অন্তৰবাসিনী জাগা

জননী গোসাঁনী মোৰ জাগা জাগা।

বিকশিত জীৱনৰ পদুমৰ আসনতে

জননী মোৰ জাগা 

কৃষ্ণ-কমলপদসূতা অপৰূপা 

মৰণ আলোকদীপ্তা一

জাগা দননী মোৰ মৰণমুগ্ধা।


Type by Dipawali Bora 


Post Id:DABP002564