মোৰ বাৰীত ফুলিলে


মোৰ বাৰীত ফুলিলে 
ইন্দ্ৰজিত মালতী

তোৰ বাৰীত পৰিলে ছাঁ,

তোৰে মনৰ কথা  উটুৱাই আনিলে 

সন্ধিয়াৰ বাউলী বা। 

বাউলী বাৰে আউলী চুলী

কাৰ কথা কৈয়ে 

মাত কু-উ বুলি ?

ৰূপত কুলীয়া কুলি।।

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী

তোৰ বাৰীত পৰিলে ছাঁ,

তোৰে মনৰ কথা  উটুৱাই আনিলে 

সন্ধিয়াৰ বাউলী বা। ।


Type by Dipawali Bora     



Post Id:DABP002538