পাঠ ৩
দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
Pair of Linear Equations in Two Variables
Exercise 3.1


1. ৰহিমে জীয়েকক ক'লে, 'সাত বছৰ আগতে মোৰ বয়স তোমাৰ বয়সৰ সাতগুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ তিনিগুণ হ'ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিত্যিকভাৱে প্ৰদৰ্শণ কৰা।

উত্তৰঃ
ধৰো, 
জীয়েকৰ বয়স বৰ্তমান  a
আৰু বাপেকৰ বয়স বৰ্তমান b
∴ 7(a - 7) = (b - 7)
⇒ 7a - b + 7 - 49 
⇒ 7a - b - 42 = 0 ........(i)
আকৌ, 
3(a + 3) = b + 3
⇒ 3a + 9 - b - 3 = 0
⇒ 3a - b + 6 = 0 ..........(ii)
(i) - (ii) ⇒ 7a - b = 42
                 3a - b = - 6 
____________________
⇒ 4a = 48
⇒ a = 12
(i)⇒ 7a - b = 42
⇒ 7x12 - b = 42
⇒ - b = 42 - 84
⇒ b = 42
∴ জীয়েকৰ বয়স (a) = 12 বছৰ আৰু বাপেকৰ বয়স (b) = 42 বছৰ।

a

5

12

15

b

35

42

45



2. এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3 খন বেট আৰু 6 টা বল কিনে 3900 টকাত। পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3 টা বল কিনে। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা।

উত্তৰঃ 
ধৰো, বেট এখনৰ দাম a
আৰু বল এটাৰ দাম b
∴ 3a + 6b = 3900
a + 2b = 1300 ........(i)

a

 0

650 

b

650 

 325

আৰু a + 3b = 1300 .........(ii)

a

100

 400

b

400 

 300




3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4 কে.জি. আপেল আৰু 2 কে.জি. আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা।

উত্তৰঃ 
ধৰো, আপেলৰ দাম প্ৰতি কে.জি.ত a টকা
আৰু আঙুৰৰ দাম প্ৰতি কে.জি.ত b টকা।
∴ 3a + b = 160............(i)

a

 20

 30

b

 100

 70


আৰু 4a + 2b = 300
2a + b = 150 ...........(ii)

a

 20

 40

b

 110

 70







Post Id: DABP002709