পাঠ - ৮ 

লগে - ভাগে পঢ়ো আহাঁ

1) সেৱা - পুজাত ---------------------।

উওৰ:- ধুপ - ধুনা ।

২) বৰগীত -------- শুনা।

উওৰ:- গাওঁ।

৩) পূব --------- মনিকূত।

উওৰ:- মূৰত।

৪) হাতীত ------- ৰজাৰ দূত।

উওৰ:- উঠে ।