অ' অভিমানী বন্ধু


অ' অভিমানী বন্ধু

ভূল নুবুজিবা

নাপাহৰিবা

পাহৰি নাযাবা।

অ' অভিমানী বন্ধু

ভুল তুমি নুবুজিবা

নাপাহৰিবা।

পাহৰি নাযাবা।

 সংযমহীন বুলি দুষিছিলোঁ

তুমিয়ে চাগে শুদ্ধ

পৰ পুৰুষৰ অধিকাৰ নাই

সেয়ে মোৰ পথো ৰুদ্ধ।

সেয়ে বিদায় মাগিলোঁ

 হাৰো মানিলোঁ

 কৰি নিয়তিৰে যুদ্ধ

নাপাহৰিবা

পাহৰি নাযবা।

অ' অভিমানী বন্ধু

 ভূল নুবুজিবা

 নাপাহৰিবা

পাহৰি নাযাবা।

তম্ব তৰিলোঁ তোমাৰ সভাত

লুকাই খেলিলোঁ খেলা

অঘৰী জীৱন, ঘৰতো নাপায়

শূন্যতে মোৰ মেলা।।

নাপাহৰিবা

পাহৰি নাযাবা।

অ' অভিমানী বন্ধু

ভুল তুমি নুবুজিবা .........।

Type Susmita Kakati

                                                            


Post Id: DABP003074