সংখ্য়াঃ ০ আৰু ১০
অধ্য়ায়- ৩
১। তলৰ খালী বাকচবোৰত ০ লিখাঁ।
উত্তৰঃ
২। তলৰ ফুলৰ টাববোৰত কেইটাকৈ ফুল আছে তলত দিয়া খালী বাকচত লিখাঁ। এটাও নাথাকিলে ০ বুলি লিখিবা।
উত্তৰঃ
৩। তলৰ বেলুনৰ থূৰবোৰত কেইটা বেলুন আছে লিখাঁ। এটাও নাথাকিলে ০ বুলি লিখিবা।
উত্তৰঃ
৪। তলৰ মণিশলাবোৰৰ প্ৰতিডাল মণিশলাত কেইটাকৈ মণি আছে তলৰ খালী বাকচত লিখাঁ।
উত্তৰঃ
৫। তলত দিয়া বাকচবোৰৰ প্ৰতিটোতে কেইটাকৈ মাৰ্বল আছে লিখাঁ।
উত্তৰঃ
৬। তলৰ সজাবোৰৰ প্ৰতিটোতে কেইটাকৈ চৰাই আছে ?
৭। তলৰ খালী বাকচবোৰত ১০ লিখাঁ।
উত্তৰঃ
৮। তলৰ ছবিবোৰত দিয়া বস্তুবোৰ গণি কাষৰ খালী বাকচত লিখাঁ।
উত্তৰঃ
৯। তলৰ তালিকাখন পূৰ কৰাঁ



















