শান্তি
অধ্য়ায়-৯
1। শান্তিপূৰ্ণ পৃথিৱী এখন প্ৰতিষ্ঠা কৰিব লাগিলে মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাব লাগিব বুলি তুমি ভাবা নে? মানে শান্তি প্রতিষ্ঠা কৰিব পাৰেনে আৰু কেৱল মানুহৰ মনৰ ওপৰত আলোকপাত কৰাটোৱে যথেষ্ট নে?
উত্তৰঃ
2। এখন ৰাষ্ট্ৰই নাগৰিকৰ জীৱন আৰু অধিকাৰৰ নিৰাপত্তা দিবই লাগিব। কিন্তু কিছুমান সময়ত ইয়াৰ নিজৰ কাৰ্যই কিছুমান নাগৰিকৰ বিৰুদ্ধে হিংসাৰ উৎস হৈ পৰে। কেইটামান উদাহৰণৰ সহায়ত মন্তব্য দিয়া।
উত্তৰঃ
3। স্বাধীনতা, সমতা আৰু ন্যায় থাকিলেহে প্ৰকৃত অৰ্থত শান্তি পাব পৰা যায়। তুমি কথাষাৰ সমৰ্থন কৰানে?
উত্তৰঃ
4৷ হিংসাৰ জৰিয়তে সুদূৰপ্ৰসাৰী ন্যায়ৰ লক্ষ্যত উপনীত হ'ব পৰা নাযায়। এই উক্তিটোৰ বিষয়ে তুমি কি ভাবা?
উত্তৰঃ
৫। এই অধ্যায়টোত আলোচনা কৰা পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ থকা প্ৰধান পদ্ধতিকেইটাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ
Question Type By- Maiur Rani Kashyap
Post Id: DABP003128