ধৰ্ম-নিৰপেক্ষতা

অধ্য়ায়-৮


১. তোমাৰ মতে তলৰ কোনবোৰ ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ লগত সুসঙ্গত? কাৰণ দৰ্শোৱা ৷

উত্তৰঃ


(ক) এটা ধৰ্মীয় গোটৰ অন্য এটা গোটৰ ওপৰত থকা প্ৰাধান্যতাৰ পৰা আঁতৰি থাকা।

উত্তৰঃ


(খ) ৰাষ্ট্ৰৰ স্বীকৃতিপ্রাপ্ত ধর্ম।

উত্তৰঃ


(গ) ৰাষ্ট্ৰৰ সকলো ধৰ্মৰ প্ৰতি সমান সমর্থন।

উত্তৰঃ


(ঘ) বিদ্যালয়ত বাধ্যতামূলক প্রার্থনা।

উত্তৰঃ


(ঙ) কোনো এক সংখ্যালঘু সম্প্ৰদায়ৰ বাবে আছুতীয়া শিক্ষা অনুষ্ঠানৰ অনুমতি প্রদান।

উত্তৰঃ


(চ) চৰকাৰৰ দ্বাৰা মন্দিৰ পৰিচালনা কমিটীৰ নিযুক্তিকৰণ।

উত্তৰঃ


(ছ) দলিতসকলৰ মন্দিৰত প্ৰৱেশ নিশ্চিতকৰণত ৰাষ্ট্ৰৰ হস্তক্ষেপ।

উত্তৰঃ


২. পশ্চিমীয়া আৰু ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰ কিছুমান মূল বৈশিষ্ট্যৰ সংমিশ্ৰণ ঘটোৱা৷ সেইবোৰ পৃথক কৰি এখন নতুন তালিকা প্ৰস্তুত কৰা।





৩. ধৰ্মনিৰপেক্ষতা বুলিলে তুমি কি বুজা? ইয়াক ধৰ্মীয় সহিষ্ণুতাৰ লগত সমান বুলি গণ্য কৰিব পাৰিনে?

উত্তৰঃ


৪. তলৰ উক্তিবোৰৰ লগত তুমি একমত নে? সেইবোৰক সমৰ্থন বা বিৰোধিতা কৰাৰ কাৰণ দৰ্শোৱা।


(ক) এটা ধৰ্মক পৰিচয় দিয়াত ধৰ্মনিৰপেক্ষতাই আমাক অনুমতি নিদিয়ে।

উত্তৰঃ


(খ) ধৰ্মনিৰপেক্ষতা সদায় এটা ধৰ্মীয় গোটৰ ভিতৰত অথবা বিভিন্ন ধৰ্মীয় গোটৰ মাজত থকা অসমতাৰ বিপক্ষে থাকে।

উত্তৰঃ


(গ) ধৰ্মনিৰপেক্ষতাৰ এটা উৎস হ'ল পশ্চিমীয়া খ্ৰীষ্টান ধৰ্ম। ই ভাৰতীয়ৰ বাবে উপযুক্ত নহয়।

উত্তৰঃ


৫. ভাৰতীয় ধৰ্মনিৰপেক্ষতাই ধৰ্ম ৰাষ্ট্ৰৰ পৃথকীকৰণত অধিক গুৰুত্ব দিছে। ব্যাখ্যা কৰা । 

উত্তৰঃ


৬. নীতিগত দূৰত্বৰ ধাৰণাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ




Question Type By- Maiur Rani Kashyap 


Post Id: DABP003129