বিকাশ
অধ্য়ায়-১০
১। বিকাশ বুলিলে তুমি কি বুজা ? বিকাশৰ এনে এটা সংজ্ঞাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে উপকৃত হ'বনে?
উত্তৰঃ
২। বেছিভাগ দেশতে বিকাশ যি ধৰণে কাৰ্যকৰী কৰা হয়, তাৰ কিছুমান সমাজিক আৰু পৰিপাৰ্শ্বিক প্রতিক্রিয়া আলোচনা কৰা।
উত্তৰঃ
৩। বিকাশৰ প্ৰক্ৰিয়াই কি কি নতুন অধিকাৰৰ দাবী উত্থাপন কৰিছে?
উত্তৰঃ
৪। সাধাৰণ হিতৰ উন্নতিৰ বাবে বিকাশ সম্বন্ধীয় সিদ্ধান্ত গ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ অন্য প্ৰকাৰ চৰকাৰতকৈ গণতান্ত্ৰিক চৰকাৰৰ কি কি সুবিধা আছে?
উত্তৰঃ
৫। বিকাশৰ দ্বাৰা হ'ব পৰা সামাজিক আৰু পাৰিপাৰ্শ্বিক ক্ষতিৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জনপ্রিয় সংঘর্ষ কিমান সফল হৈছে বুলি তুমি ভাবা? উদাহৰণৰ সৈতে আলোচনা কৰা।