Back To Book Content 

.অনুশীলনী 11(A)  


1. তলৰ তালিকাখন পূৰ কৰাঃ


উত্তৰঃ 



2. এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম হৈছে - i) শংকু আৰু ii) চুপি


3. চুক নথকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ  চুক নথকা দুবিধ বস্তুৰ নাম হৈছে - i) বল আৰু ii) আপেল


4. চুক আৰু কাষ নথকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ কমলা আৰু বল।


5. সূত্ৰ লিখি চিত্ৰ আঁকা ঃ

i) তল

ii) চুক

iii) কাষ

iv) সমতল 

v) বক্ৰতল

vi) ঘনক

vii) আয়তীয় ঘনক

viii) ঘোলক

ix) বেলন

x) শংকু 

উত্তৰঃ

i) 



Post Id: DABP003785