Back To Book Content 

অনুশীলনী 11(B) 


1. তলৰ চিত্ৰটোৰ পৰা  ৰেখা,  ৰেখাখন্দ, ৰশ্মি,সৰল ৰেখা, বেকা-ৰেখা বাছি বেলেগ বেলেগ অংশত ৰং কৰা -



উত্তৰঃ 

2. এডাল  ৰেখাৰ পৰা ৰশ্মি আৰু ৰেখাখন্দ কাটি উলুওৱা -

উত্তৰঃ 


3. চমু উত্তৰ লিখা ঃ 
i) ৰেখাখন্দৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ 2 টা

ii) ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ 1 টা

iii) ৰেখাৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ নাই ।

iv) দুটা বিন্দুৰ মাজৰ আটাইতকৈ সৰু টুকুৰাটোক কি বোলে ?
উত্তৰঃ

v) দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি ?
উত্তৰঃ এডাল ৰেখা ।

4. সূত্ৰ লিখি চিত্ৰ আঁকা -

i) বিন্দু
ii) ৰেখা 
iii) ৰশ্মি 
iv) ৰেখাখণ্ড 
v) সৰল ৰেখা 
vi) বেকা ৰেখা 
vii) সমান্তৰাল ৰেখা 
উত্তৰঃ 
i)                                                                                                                                                                                              









5. তলৰ চিত্ৰ টোৰ পৰা ৰেখাখণ্ডবোৰ জুখি উলিওৱা -
PQ = 
QR = 
RS =
SP =
SQ =

উত্তৰঃ 
PQ = 3.4 cm
QR =3.4 cm
RS = 3.4 cm
SP  = 3.4 cm
SQ = 3.6 cm

ஃ উল্লেখিত চিত্ৰত কণ SQ ৰ মান = 3.6cm আৰু PQ = QR = RS = SP = 3.4cm 

6. এটা নিদিষ্ট বিন্দুৰ পৰা সৰলৰেখা সমান্তাৰলকৈ আন এডাল সমান্তৰাল সৰলৰেখা আংকন কৰা ।
উত্তৰঃ 
Post Id: DABP003786