Back To Book Content 

অনুশালনী - 8(C)


1. a) যোগ কৰা ঃ 



উত্তৰঃ 




b) i) 2.12 + 4.2 + 2.03 = ? 

ii) 131.02 + 84.54 + 2476 = ? 

iii 17.445 + 0.147 + 703.402 = ? 


উত্তৰঃ 

i) 2.12 + 4.2 + 2.03 = 8.17 

ii) 131.02 + 84.54 + 2476 = 2691.56

iii) 17.445 + 0.147 + 703.402 =  720.994


2. বিয়োগ কৰা ঃ 

a) 

i) 4.7 ৰ পৰা 3.2 

ii) 4.35 ৰ পৰা 3.08 

iii) 325.503 ৰ পৰা 280.448 

iv) 93.215 ৰ পৰা 11.222 

v) 334.009 ৰ পৰা 222.333

vi) 214.001 ৰ পৰা 37.216

i) 4.7 ৰ পৰা 3.2

= 1.5

ii) 4.35 ৰ পৰা 3.08 

= 1.27

iii) 325.503 ৰ পৰা 280.448 

=45 .095

iv) 93.215 ৰ পৰা 11.222 

=81.993

v) 334.009 ৰ পৰা 222.333 

= 111.676 

vi) 214.001 ৰ পৰা 37.216 

= 176.785


b) বিয়োগ কৰা ঃ 


উত্তৰঃ 

 

c) যোগ / বিয়োগ কৰা ঃ


উত্তৰঃ 

  

3.
 11 ৰ পৰা কি বিয়োগ কৰিলে  থাকিব ।

উত্তৰঃ  11 ৰ পৰা 7.9 বিয়োগ কৰিলে   3.1  থাকিব । অথাৎ 31/10   ।


4. দুটা সংখ্যাৰ যোগফল 27.081 সিহঁতৰ সৰুটো 8.9 হলে দাঙৰটো কিমান ? 

উত্তৰঃ দিয়া আছে, 

           সৰু সংখ্যাটো   = 8.9 

           দাঙৰ সংখ্যাটো = X (ধৰা হল )

প্ৰশ্নমতে , 

সৰু সংখ্যা + ডাঙৰ সংখ্যা = 27.081 

 ⇨  8.9 + X = 27.081 

⇨ X = 27.081 - 8.9 

⇨ X = 18.181

ஃ ডাঙৰ সংখ্যাটো হৈছে = 18.181 


5. 67.83 ৰ  পৰা কিমান বাদ দিলে 67.5 থাকিব ? 

উত্তৰঃ দিয়া আছে, 

    এটা সংখ্যা = 67.5 

আনটে সংখ্যা = X (ধৰা হল) 

প্ৰশ্নমতে,

⇨ 67.83 - X = 67.5 

⇨ -X  = 67.5 - 67.83 

⇨ X = 0.33 

ஃ 67.83 ৰ পৰা 0.33 বাদ দিলে 67.5 থাকিব ।


6. ৰাম, হৰি আৰপ যদুৰ দেহৰ ওজন ক্ৰমে 73.67 kg, 69.7 kg আৰু 61.56 kg হলে সিহঁতৰ মুঠ ওজন কিমান ? 

উত্তৰঃ দিয়া আছে,

  ৰাম ৰ দেহৰ  ওজন = 73.67 kg 

  হৰিৰ দেহৰ ওজন = 69.7 kg

  যদুৰ দেহৰ ওজন = 61.56 kg 

ஃ সিহঁতৰ দেহৰ মুঠ ওজন = 204.93 kg


7. বাবুলে 175.75 টকাৰে এযোৰ জোতা , 81.68 টকাৰে এযোৰ মোজা  আৰু 268.50 টকাৰে এটাৰে স্কুল বোগ কিনিলে । তেঁও মুঠ কিমান টকা খৰচ কৰিলে ।

উত্তৰঃ দিয়া আছে , 

বাবুলে জোতাৰ নামত খৰচ কৰিলে = 175.75 টকা 

বাবুলে মোজাৰ  নামত খৰচ কৰিলে = 81.68 টকা 

বাবুলে স্কুল বেগৰ নালত খৰচ কৰিলে = 268.50 টকা 

ஃ বাবুলে মুঠ বজাৰ কিনা নামত খৰচ কৰিলে = 525.93 টকা 


8. 712.534 ৰ লগত কি যোগ কৰিলে 1014.538 হব ?

উত্তৰঃ দিয়া আছে,

এটা সংখ্যা = 712.534

আনটো সংখ্যা = X ( ধৰা হল )

প্ৰশ্নমতে , 

712.534 + X = 1014.538 

⇨  X  = 1014.538 - 712.534 

⇨  X = 302.004 

ஃ 712.534 ৰ লগত  302.004 যোগ কৰিলে 1014.538 হব।


9. চাপলাৰ 11 টকা 20 পইচা আছে । তাৰে তাই 7 টকা 75 পইচা ভায়েকক দিলে । তাইৰ হাতত কিমান টকা থাকিল ? 

উত্তৰঃ  চাপলাৰ হাতত থকা মুঠ ধনৰ পৰিমান = 11 টকা 20 পইচা 

           তাই ভায়েকক দিয়া ধনৰ পৰিমান   = 7 টকা 75 পইচা 

  ஃ    তাইৰ হাতত ৰোৱা মুঠ ধনৰ পৰিমান = 3 টকা 45 পইচা 


10. (102.04 - 65.97 ) আৰু (31.008 - 0.84) যোগ কৰা ।

উত্তৰঃ 

 (102.04 - 65.97) + ( 31.008 - 0.84) 

= 36.07 - 30.168

= 5.902 


11. 15.9 + 9.8 ৰ লগত কিমান যোগ কৰিলে যোগফল 30 হব ?

উত্তৰঃ ধৰা হল,

যোগ কৰিব লগীয়া সংখ্যাটো = X 

প্ৰশ্নমতে ,

⇨ 15.9 + 9.8 + X = 30

⇨  25.7 + X = 30

⇨  X = 30 - 25.7 

⇨  X = 4.3

ஃ  15.9 + 9.8 ৰ লগত 4.3  যোগ কৰিলে যোগফল 30 হব ।


12. 3 জনী ছোৱালীৰ ওজন ক্ৰমে 17.57 kg , 23.825 kg  আৰু 21.955 kg . হলে সিহঁতৰ মুঠ ওজন কিমান ?

উত্তৰঃ দিয়া আছে , 

3 জনী ছোৱালী ওজন ক্ৰমে = 17.57 kg , 23.825 kg আৰু 21.955ক kg

ஃ সিহঁতৰ মুঠ ওজন = 63.35 kg


13. এখন কিতাপৰ দাম 25.40 টকা । পিংকুৰ হাতত 12.50 টকা আছে । আৰু কিমান টকা হলে সি কিতাপখন কিনিব পাৰে ।

উত্তৰঃ দিয়া আছে, 

কিতাপ খনৰ মুঠ দাম = 25.40 টকা 

পিংকুৰ হাতত থকা কিতাপৰ পৰিমাণ হল = 12.50 টকা 

ஃ পিংকুক কিতাপ খন কিনিবলৈ প্ৰয়োজন হোৱা টকাৰ পৰিমান = 25.40 - 12.50 টকা 

                                                                                                                  = 12.90 টকা


14. দুটা সংখ্যাৰ বিয়োগফল 51.0321 যদি এটা সংখ্যা 54.21 হয় , তেন্তে আনটো সংখ্যা কিমান ?

উত্তৰঃ  দিয়া আছে,

সংখ্যা দুটাৰ যোগফল = 51.0321 

যদি এটা সংখ্যা = 54.21 

তেন্তে আনটো সংখ্যা হব = 54.21 - X  = 51.0321 

                                             = - X = 51.0321 - 54.21 

                                            = - X = - 3.1779 

                                           =  X = 3.1779 

ஃ  দুটা সংখ্যাৰ বিয়োগফল 51.0321 যদি এটা সংখ্যা 54.21 হয় , তেন্তে আনটো সংখ্যা হব = 3.1779 




Post Id: DABP003778