Back To Book Content 


অনুশীলনী - 9(C) 

1. একক পৰিবতন কৰাঃ

a) 25 লিটাৰ 30 ছেন্টিলিটাৰ ক ছেন্টিলিটাৰলৈ 

b) 21 কিলোলিটাৰ 57 লিটাৰক লিটাৰলৈ 

c) 7 লিটাৰ 20 ছেন্টিলিটাৰক লিটাৰলৈ 

d) 70 লিটাৰ 2 ছেন্টিলিটাৰক লিটাৰলৈ 


উত্তৰঃ 

a) 25 লিটাৰ 30 ছেন্টিলিটাৰক ছেন্টিলিটাৰলৈ ।

=  25 X 1000 ছেন্টিলিটাৰ + 30 ছেন্টিলিটাৰ 

= 25000 ছেন্টিলিটাৰ + 30 ছেন্টিলিটাৰ 

= 25030 ছেন্টিলিটাৰ ।


b) 21 কিলোলিটাৰ 57 লিটাৰ ক লিটাৰলৈ 

=  21 X 1000 লিটাৰ + 57 লিটাৰ 

= 21000 লিটাৰ + 57 লিটাৰ 

= 21057 লিটাৰ ।

c) 7 লিটাৰ 20 ছেন্টিলিটাৰ ক লিটাৰলৈ 

= 25 X 1000 ছেন্টিলিটাৰ   + 20 ছেন্টিলিটাৰ 

= 25000 ছেন্টিলিটাৰ + 20 ছেন্টিলিটাৰ 

= 25020 ছেন্টিলিটাৰ 

d) 70 লিটাৰ ক কিলোলিটাৰ 

=  70 / 1000 কিলোলিটাৰ 

= 0.07 কিলোলিটাৰ ।


2. খালীঠাই পূৰ কৰা ঃ 

a) 2479 ছেন্টিলিটাৰ = ________ লিটাৰ ________ ডেচিলিটাৰ ________ ছেন্টিলিটাৰ 

b) 2079 মিলিলিটাৰ = ________ ছেন্টিলিটাৰ ________ মিলিলিটাৰ 

c) 2729 লিটাৰ = ________ কিলোলিটাৰ ________ হেক্টলিটাৰ ________ ডেকালিটাৰ ______ লিটাৰ 


উত্তৰঃ 

a) 2479 ছেন্টিলিটাৰ = 2.479 লিটাৰ 247. 9ডেচিলিটাৰ 2479 ছেন্টিলিটাৰ

b) 2079 মিলিলিটাৰ = 207.9 ছেন্টিলিটাৰ 2079 মিলিলিটাৰ 

c) 2729 লিটাৰ = 2.729 কিলোলিটাৰ 27.29 হেক্টলিটাৰ 27.29 মিলিলিটাৰ 2729 লিটাৰ 


3. তলৰ তালিকাখন পূৰ কৰা (দশমিক পদ্ধতিৰে) 



উত্তৰঃ 

4. নিদেশ মতে সমাধান কৰা ঃ 

a) 4 লিটাৰ 320 মিলিলিটাৰ , 5 লিটাৰ 20 মিলিলিটাৰ আৰু 7 লিটাৰ যোগ কৰা।

উত্তৰঃ  4 লিটাৰ 320 মিলিলিটাৰ + 5 লিটাৰ 20 মিলিলিটাৰ + 7 লিটাৰ 

=   16 লিটাৰ 340 মিলিলিটাৰ 


b)  7 লিটাৰ 250 মিলিলিটাৰ পৰা 3 লিটাৰ 75 মিলিলিটাৰ বিয়োগ  কৰা।

উত্তৰঃ 4 লিটাৰ 175 মিলিলিটাৰ 


c) 12 কিলোলিটাৰ ৰ পৰা 8 কিলোলিটাৰ 350 লিটাৰ বিয়োগ কৰা ।

উত্তৰঃ 6 কিলোলিটাৰ 650 লিটাৰ 


d) 109.07 লিটাৰ X 40 

উত্তৰঃ 47362.8 লিটাৰ 


e)  75.20 লিটাৰ X 30 

উত্তৰঃ 2256 লিটাৰ 


f) 1508 লিটাৰ ➗ 28 

উত্তৰঃ  53.86 লিটাৰ 


g) 354.3 লিটাৰ ➗ 3 

উত্তৰঃ 118.1 লিটাৰ 


5. সমাধান কৰা ঃ 

a) এটা পাত্ৰত 15 লিটাৰ কেৰচিন তেল আছে। তাৰে 7 লিটাৰ 400 মিলিলিটাৰ তেল বিক্ৰী কৰিলে , পাত্ৰটোত কিমান তেল বাকী থাকিল ? 

উত্তৰঃ দিয়া আছে,

পাত্ৰটোত থকা মুঠ তেলৰ পৰিমান = 15 লিটাৰ 

ஃ বিক্ৰী  কৰা তোলৰ পৰিমান = 7 লিটাৰ 400 মিলিলিটাৰ  = 7 লিটাৰ + 400 /1000 লিটাৰ  = 7 লিটাৰ + 0.4 লিটাৰ = 7.4 লিটাৰ 

ஃ বাকী থকা তেলৰ পৰিমান = 15 লিটাৰ - 7.4 লিটাৰ = 7.6 লিটাৰ 


2. নৱজিতে সোমবাৰে 1 লিটাৰ 200 মিলিলিটাৰ গাখীৰ , মংগল বাৰে 2 লিটাৰ 350 মিলিলিটাৰ গাখীৰ আৰু বুধ বাৰে 1 লিটাৰ 750 মিলিলিটাৰ গাখীৰ কিনিলে । তিনিও মুঠতে কিমান গাখীৰ কিনিলে ? 

উত্তৰঃ দিয়া আছে,

নৱজিতে সোমবাৰে কিনা গাখীৰৰ পৰিমান = 1 লিটাৰ 200 মিলিলিটাৰ = 1 লিটাৰ + 200 / 1000 লিটাৰ = 1 লিটাৰ + 0.2 লিটাৰ = 1.2 লিটাৰ 

নৱজিতে মংগলবাৰে কিনা গাখীৰৰ পৰিমান = 2 লিটাৰ 350 মিলিলিটাৰ = 2 লিটাৰ + 350 / 1000 লিটাৰ = 2 লিটাৰ + 0.35 লিটাৰ = 2.35 লিটাৰ 

নৱজিতে বুধবাৰে কিনা গাখীৰৰ পৰিমান = 1 লিটাৰ 750 মিলিলিটাৰ = 1 লিটাৰ + 750 / 1000 লিটাৰ = 1 লিটাৰ + 0.75 লিটাৰ = 1.75 লিটাৰ 

ஃ নৱজিতে তিনিও দিনত মুঠ কিনা গাখীৰৰ পৰিমান = 1.2 লিটাৰ + 2.35 লিটাৰ + 1.75 লিটাৰ = 5.3 লিটাৰ ।  


c) এটা বটলত 500 মিলিলিটাৰ তেল ধৰে । 20 লিটাৰ তেল ধৰা এটা পাত্ৰৰ পৰা বটলত তেল ভৰালে তেনেকুৱা কিমানটা বটল লাগিব ? 

উত্তৰঃ  দিয়া আছে, 

এটা বটলত ধৰা তেলৰ পৰিমান = 500 মিলিলিটাৰ 

ஃ 20000 মিলিলিটাৰ ( 20 X 1000) তেল ভৰাবলৈ প্ৰয়োজন হোৱা বটলৰ পৰিমান = 20000 / 500 টা  = 40 টা । 

ஃ 20 লিটাৰ তেল ভৰাবলৈ প্ৰয়োজন হোৱা বটলৰ সংখ্যা = 40 টা । 


d) ৰক্তদান শিবিৰত গুৱাহাটী সংকুলৰ 48 জন আচযই প্ৰত্যেকে 350 মিলিলিটাৰ ৰকৈ ৰক্ত দান কৰিলে । তেও লোকে মুঠতে কিমান ৰক্ত দান কৰিলে ? 

উত্তৰঃ দিয়া আছে, 

গুৱাহাটী সংকুলৰ প্ৰত্যেক জন আচযই ৰক্ত দান কৰা তেজৰ পৰিমান = 350মিলিলিটাৰ 

ஃ48 জন আচযই ৰক্ত দান কৰা মুঠ তেজৰ পৰিমান     =  350 X 48 = 16800 মিলিলিটাৰ । 

e) শ্ৰীগুৰুজীৰ জন্মশতবাশীকী উৎসৱত শংকৰদেব শিশু নিকেতন বেতকৰছিৰ 320 গৰাকী ছাত্ৰ-ছাত্ৰী ৰ মাজত 40 লিটাৰ নেমুৰ চবত সমানে বগাই দিয়া হল । প্ৰত্যেকে কিমান মিলিলিটাৰ কৈ ভাগত পাব ? 

উত্তৰঃ দিয়া আছে, 

বেতকুছিৰ শংকৰদেব শিশু নিকেতনৰ মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা = 320 জন । 

320 জনৰ মাজত ভগোৱা মুঠ নেমু চবতৰ পৰিমান = 40 নিটাৰ ।

প্ৰত্যেক জন ছাত্ৰ-ছাত্ৰীৰ মাজত ভগোৱা নেমুৰ চবতৰ পৰিমান = 320 / 40 লিটাৰ = 8 লিটাৰ । 



Post Id: DABP003783