Back To Book Content 

  অনুশীলনী - 9(A) 


1. খালী ঠাই পূৰ কৰা ঃ 

a) 2527 ছে:মি: = --------- মি: -----------ডেচি মি ----------- ছে.মি. 

b) হেক্টমি = ------------ কি.মি. ----------- হে.মি.

c) 7562 মি.মি. = -----------মি.------------ডেমি. মি ------------ছে.মি.-------------মি.মি

d) 1 মিটাৰ = --------------ছে.মি.

e) 1 হেক্টমিটাৰ = ------------ মিটাৰ 

উত্তৰঃ 

a) 2527 ছে.মি. = 25.27 মি. 252.7 ডেমি. মি. 2527 ছে.মি 

b) 57 হেক্টমি = 5.7  কি.মি 57  হে.মি.

c) 7562 মি.মি = 7.562  মি. 75.62  ডেচি.মি. 75.62 ছে.মি. 7562  মি.মি 

d) 1 মিটাৰ = 100  ছে.মি. 

e) 1 হেক্টমিটাৰ  = 10,000 Square  মিটাৰ 



2. একক পৰিৰ্বতন কৰা ঃ

a) 27 মিটাৰ 52 মি.মি. ক  মিলি মিটাৰলৈ 

b) 72 ডেকা মি. 7 মিটাৰক ডেচি মিটাৰলৈ 

c) 2.85 কি.মি. ক মিটাৰলৈ 

d) 7.5 7.5 মিটাৰক ছেন্টি মিটাৰলৈ 

e) 50 কি.মি. 20 মিটাৰক ছেন্টি মিটাৰলৈ 

উত্তৰঃ

a)  27 মিটাৰ 52 মি.মি. ক  মিলি মিটাৰলৈ

= 27 X 1000 মি. মি. + 52 মি.মি. 

= 27000 মি.মি. + 52 মি.মি.

= 27052 মি.মি 

b) 72 ডেকা মি. 7 মিটাৰক ডেচি মিটাৰলৈ 

=  72 /100 ডেচি.মি + 7 X 10 ডেচি. মি.

= 0.72 ডেমি.মি + 70 ডেচি.মি 

=  70.72 ডেমি.মি 

c) 2.85 কি.মি. ক মিটিাৰলৈ

= 2.85 X 1000 মি.

= 2850.00 মি.

= 2850 মি.

d) 7.5 মি. ৰক ছে.মি. লৈ 

=  7.5 X 100 ছে.মি.

e) 50 কি.মি. ক 20 মি. ক ছে.মি. ৰলৈ 

=  50 X 10000 ছে.মি. + 20 X 100 মি.

= 500000 ছে.মি. + 2000 মি.

= 502000 ছে.মি.


3. একক পৰিবতন কৰা ঃ

a) 12 মি.মি . ক ছে.মি. ৰ লৈ 

উত্তৰঃ 12/10 ছে.মি. 


b) 5 মি. 17 ছে.মি. ক হেক্ট মি. ৰলৈ 

উত্তৰঃ 5/100 হেক্টমি. + 17/10000 হেক্টমি. 

= 0.05 হেক্ট মি. + 0.0017 হেক্ট মি. 

= 0.0517 হেক্ট মি 

c) 7000 মি.লি ৰক মি. ৰলৈ 

= 7000/1000 মি. 

= 7.000 মি. 

d) 15  ডেকা মি. ৰক 10 ডেচি মি্. ক কি.মি. ৰলৈ 

= 15/100 কি.মি + 10/10000 কি.মি. 

= 0.15 কি.মি. + 0.0010  কি.মি 

e) 7125 মি. ৰক কি.মি. ৰলৈ 

উত্তৰঃ 7125/1000 কি.মি. 


4. যোগ কৰা ঃ 



 






উত্তৰঃ 


5. বিয়োগ কৰা ঃ 



উত্তৰঃ 


6. সমাধান কৰা ঃ 

a) 4 মি. দীঘল খুঁটি এটাৰ 2.75 মি. পানীৰ তলত আছে ।খুঁটি টোৰ পানীৰ ওপৰত থকা অংশৰ দীঘ কিমান ? 

উত্তৰঃ দিয়া আছে, 

খুঁটিটোৰ মুঠ দীঘ = 4 মি.

খুঁটিটো পানী তলত থকা অংশৰ পৰিমান = 2.75 মি. 

ஃ খুঁটিঠো ৰ পানীৰ তলত থকা অংশৰ পৰিমান = 4 মি. - 2.75 মি. 

                                                                                  = 1.25 মি. 

b) গুৱাহাটীৰ পৰা নলবাৰীলৈ মুঠ পথৰ দূৰত্ব 75 কি.মি. । তাৰে 3 কি.মি. 50 মি. ৰ চাইকেলেৰে , আৰু 2 কি.মি. 75 মি. ৰ খোজ কাহি গল । বাকী অংশ বাছেৰে গল । বাছেৰে যোৱা  দূৰত্ব কিমান ? 

উত্তৰঃ দিয়া আছে, 

গুৱাহাটীৰ পৰা নলবাৰীলৈ মুঠ পথৰ দৈঘ্য = 75 X 1000 মি. = 75000 মি. 

চাইকেলেৰে যোৱা পথৰ দৈঘ্য = 3 X 1000 মি. + 50 মি.  = 3000 মি. + 50 মি. = 3050 মি.

খোজ কাহি যোৱা  পথৰ দৈঘ্য = 2 X 1000 মি. + 75 মি. = 2000 মি. +  75 মি. = 2075 মি.

ஃ  বাছেৰে যোৱা পথৰ দূৰত্ব = পথৰ মুঠ দূৰত্ব - চাইকেলেৰে যোবা পথৰ দূৰত্ব + খোজ কাহি যোবা পথৰ দূৰত্ব 

= বাছেৰে যোৱা পথৰ দূৰত্ব =  75000 মি. - ( 3050 মি. + 2075 মি. ) 

বাছেৰে যোৱা পথৰ দূৰত্ব =  75000 মি. - 3125 মি. 

বাছেৰে যোৱা পথৰ দূৰত্ব =  71875 মি. 

ஃ বাছেৰে যোৱা পথৰ দূৰত্ব = 71875 মি. 


c) এখন দুকানৰ পৰা পূৰবীয়ে 5 মি. ৰ 20 ছে.মি. , মিতালীয়ে 2 মি. 30 ছে.মি.  আৰু লীনাই 7 মি. 50 ছে.মি. কাপোৰ কিনিলে । তিনিও জনীয়ে মুঠতে কিমান কাপোৰ কিনিলে ? 

উত্তৰ ঃ দিয়া আছে, 

দোকান খনৰ পৰা পূৰবীয়ে কাপোৰ কিনিলে = 5 মি. 20 ছে.মি.  = 5 X 100 ছে.মি. + 20 ছে.মি. = 500 ছে.মি. + 20 ছে.মি. = 520 ছে.মি. 

দোকান খনৰ পৰা মিতালীয়ে কাপোৰ কিনিলে = 2 মি. 30 ছে.মি. = 2 X 100 ছে.মি. + 30 ছে.মি.  = 200 ছে.মি. + 30 ছে.মি. = 230 ছে.মি. 

দোকান খনৰ পৰা লীনাই কাপোৰ কিনিলে = 7 মি. 50 ছে.মি.  = 7 X 100 ছে.মি. + 50 ছে.মি.  = 700 ছে.মি. + 50 ছে.মি. = 750 ছে.মি. 

ஃ তিনিও জনীয়ে দোকান খনৰ পৰা কিনা কাপোৰৰ পৰিমান = 520 ছে.মি. + 230 ছে.মি. + 750 ছে.মি. = 1500 ছে.মি. 

d) এটা লংপেন্টৰ কাপোৰৰ দীঘ 1.20 মি. । তেনেকুৱা 15 টা লংপেন্টৰ কাপোৰৰ মুঠ দীঘ কিমান হব? 

উত্তৰঃ দিয়া আছে , 

এটা লংপেন্টৰ দীঘ = 1.20 মি. 

15 টা লংপেন্টৰ দীঘ = 1.20 X 15 = 18 ছে.মি. 


e) এডাল ৰডৰ দীঘ 7 মি. 20 ছে.মি. । ৰড ডালৰ পৰা 80 ছে.মি. দীঘৰ কিমান ৰড পোৱা যাৱ ? 

উত্তৰ ঃ দিয়া আছে, 

ৰড ডালৰ মুঠ দীঘ = 7 মি. 20 ছে.মি. = 7 X 100 ছে. মি. + 20 ছে. মি = 700 ছে.মি. + 20 ছে.মি. = 720 ছে.মি. 

ஃ ৰড ডালৰ পৰা কটা এটা টুকুৰাৰ দীঘ = 80 ছে.মি. 

ஃ  80 ছে.মি. ৰ দীঘৰ ৰডৰ টুকুৰা = 1 টা 

ஃ 1 ছে.মি. ৰ দীঘৰ ৰডৰ টুকুৰা = 1/80 টা 

ஃ 720 ছে.মি. ৰ  দীঘৰ ৰডৰ টুকুৰা সংখ্যা = 1/80 X  720 টা  = 9 টা 

ஃ 720 ছে.মি ৰ দীঘৰ ৰডৰ ডালৰ পৰা 80 ছে.মি. দীঘৰ 9 টা ৰডৰ টুকুৰা পোৱা যাৱ ।


f) 5 মি. 40 ছে.মি. দীঘৰ ফিটা এডালক সমানে তিনি ভাগ কৰিলে প্ৰতিভাগৰ দীঘ কিমান হব ? 

উত্তৰঃ  দিয়া আছে , 

ফিটা ডালৰ মুঠ দীঘ = 5 মি. 40 ছে.মি. = 5 X 100 মি. + 40 ছে.মি. = 500 ছে.মি. + 40 ছে.মি. = 540 ছে.মি. । 

তিনি ভাগ কৰিলে প্ৰতিটো ভাগ ৰ দীঘৰ পৰিমাণম = 540 / 3 ছে.মি. = 180 ছে.মি. 


g )এখন চাইকেলৰ চকাৰ বেৰ 250 ছে.মি. । 2 কি.মি. বাট এটাৰে যাওতে চকাটো কিমান ঘূৰিব । 

উত্তৰঃ দিয়া আছে , 

250 ছে.মি. চকাটোৱে ঘূৰে = 1 পাক ।

200000 ( 2 X 100000)  ছে.মি.  ৰ চকাটোৱে ঘূৰিব =  200000/250 = 400 পাক । 

ஃ 2 কি.মি. ৰ বাট এটাত চকাটো ঘূৰিব = 400 পাক । 


Post Id: DABP003782