Back To Book Content
অনুশীলনী 9(B)
1. একক পৰিৰ্তন কৰা ঃ
a) 25 কি.মি. 3 হেক্ট গ্ৰা. 4 গ্ৰা. ক গ্ৰামলৈ
b) 2 কুইণ্টল 30 কিলোগ্ৰাম ক গ্ৰামলৈ
c) 2 মেট্ৰিকটন 56 কিলোগ্ৰামক কিলোগ্ৰামলৈ
d) 25 গ্ৰাম 15 মি.গ্ৰা. ক মি. গ্ৰা. লৈ
e) 25 কিলোগ্ৰামক গ্ৰামলৈ
উত্তৰঃ
a) 25 কি.মি. 3 হেক্ট গ্ৰা. 4 গ্ৰা. ক গ্ৰামলৈ
= 25 X 1000 গ্ৰাম + 3 X 100 গ্ৰাম + 4 গ্ৰাম
= 25000 গ্ৰাম + 300 গ্ৰাম + 4 গ্ৰাম
= 25304 গ্ৰাম ।
b) 2 কুইণ্টল 30 কিলোগ্ৰাম ক গ্ৰামলৈ
= 2 X 100000 গ্ৰাম + 30 X 1000 গ্ৰাম
= 200000 গ্ৰাম + 30000 গ্ৰাম
= 230000 গ্ৰাম
c) 2 মেট্ৰিকটন 56 কিলোগ্ৰামক কিলোগ্ৰামলৈ
= 2 X 1000 কিলোগ্ৰাম + 56 কিলোগ্ৰাম
= 2000 কিলোগ্ৰাম + 56 কিলোগ্ৰাম
= 2056 কিলোগ্ৰাম ।
d) 25 গ্ৰাম 15 মিলি গ্ৰাম ক গ্ৰামলৈ
= 25 গ্ৰাম + 15 / 1000 গ্ৰাম
= 25 গ্ৰাম + 0.015 গ্ৰাম
= 25.015 গ্ৰাম
e) 25 কিলোগ্ৰাম গ্ৰামলৈ
= 25 X 1000 গ্ৰাম
= 25000 গ্ৰাম
2. একক পৰি্ৰবতন কৰা ঃ ➗
a) 15 ছেন্টিগ্ৰামক গ্ৰামলৈ
b) 750 গ্ৰামক কিলোগ্ৰামলৈ
c) 105 ডোকা গ্ৰা. 65 গ্ৰামক হেক্টগ্ৰামলৈ
d) 6 কি.গ্ৰা. 5 হেক্টগ্ৰাম 4 ডেকা গ্ৰাম 3 গ্ৰামক কুইন্টললৈ
e) 600 কি.গ্ৰাম ক কুইন্টললৈ
উত্তৰঃ
a) 15 ছে.গ্ৰা. ক গ্ৰামলৈ
= 15 / 100 গ্ৰাম
= 0.15 গ্ৰাম
b) 750 গ্ৰামক কিলোগ্ৰামলৈ
= 750 / 1000 কিলোগ্ৰাম
= 0.75 কিলোগ্ৰাম
c) 105 ডেকাগ্ৰা. 65 গ্ৰা. ক হেক্টগ্ৰামলৈ
= 105 / 10 হেক্টগ্ৰাম + 65 / 100 হেক্টগ্ৰাম
= 10.5 হেক্টগ্ৰাম + 0.65 হেক্টগ্ৰাম
= 11.15 হেক্টগ্ৰাম
d) 6 কিলোগ্ৰাম 5 হেক্টগ্ৰাম 4 ডেকা গ্ৰাম 3 গ্ৰামক কুইন্টললৈ
= 6 / 100 কুইন্টল + 5 / 1000 কুইন্টল + 4 / 10000 কুইন্টল + 3 / 100000 কুইন্টল
= 0.06 কুইন্টল + 0.005 কুইন্টল + 0.0004 কুইন্টল + 0.00003 কুইন্টল
= 0.06543 কুইন্টল ।
e) 600 কিলোগ্ৰাম ক কুইন্টললৈ
= 600 / 100 কুইন্টল
= 6.00 কুইন্টল
= 6 কুইন্টল ।
3. নিদেশ মতে কৰা ঃ
উত্তৰঃ
a) এখন দোকানৰ পৰা সৌৰভে 4.300 কি.গ্ৰা. চাউল, ৰিজুৱে 0.750 কি.গ্ৰা. চাউল, গুণজিতে 3.250 কি.গ্ৰা. চাউল কিনিলে । তিনিওটা মুঠতে কিমান ওজনৰ চাউল কিনিলে ?
উত্তৰঃ দিয়া আছে,
দোকান খনৰ পৰা সৌৰভে লোৱা চাউলৰ পৰিমান = 4.300 কি.গ্ৰা.
দোকানৰ পৰা ৰিজুৱে কিনা চাউলৰ পৰিমান = 0.750 কি.গ্ৰা.
দোকানৰ পৰা গুণজিতে কিনা চাউলৰ পৰিমান = 3.250 কি.গ্ৰা.
ஃ তিনিওজনে দোকান খনৰ পৰা কিনা মুঠ চাউলৰ পৰিমান = 4.300 কি.গ্ৰা. + 0.750 কি.গ্ৰা. + 3.250 কি.গ্ৰা. = 8.3 কি.গ্ৰা. ।
ஃ তিনিও জনে মুঠতে 8.3 কিলোগ্ৰাম চাউল কিনিলে ।
b) এটা বস্তাত 15 কি.গ্ৰা. 200 গ্ৰা. চাউল আছিল । বস্তাটোত আৰু কিমান চাউল ভৰালে মুঠতে 28 কি.গ্ৰা. হব ?
উত্তৰঃ দিয়া আছে,
বস্তাটোত ধৰা মুঠ চাউলৰ পৰিমান = 28 কি.গ্ৰা.
বস্তাটোত থকা চাউলৰ পৰিমান = 2 কি.গ্ৰা. + 200 / 1000 কি.গ্ৰা. = 2 কি.গ্ৰা. + 0.2 কি.গ্ৰা. = 2.2 কি.গ্ৰা.
ஃ বস্তাটো সম্পূণ কৰিবলৈ প্ৰয়োজন হোৱা চাউলৰ পৰিমান = 28 কি.গ্ৰা. - 2.2 কি.গ্ৰা. = 25.8 কি.গ্ৰা.
c) এখন খৰিৰ দোকানত 325 কি.গ্ৰা. 6 হেক্টগ্ৰা. 9 ডেকা.গ্ৰা. 4 গ্ৰা. খৰি আছিল । তাৰে 225 কি.গ্ৰা. 7 হেক্টগ্ৰা. 2 গ্ৰা. খৰি বিক্ৰী কৰিলে , দোকান খনত কিমান খৰি বাকী থাকিল ?
উত্তৰঃ দিয়া আছে,
খৰি দোকান খনত থকা মুঠ খৰি পৰিমান = 325 কি.গ্ৰা. + 6 / 10 কি.গ্ৰা. + 9 / 100 কি.গ্ৰা. + 4 / 1000 কি.গ্ৰা. = 352 কি.গ্ৰা. + 0.6 কি.গ্ৰা. + 0.09 কি.গ্ৰা. + 0.004 কি.গ্ৰা. = 352.694 কি.গ্ৰা.
খৰি দোকান খনত বিক্ৰী কৰা খৰি পৰিমান = 225 কি.গ্ৰা. + 7 / 10 কি.গ্ৰা. + 2 / 1000 গ্ৰা. = 225 কি.গ্ৰা. + 0.7 কি.গ্ৰা. + 0.002 কি.গ্ৰা. = 225.702 কি.গ্ৰা.
ஃ এতিয়া দোকান খনত বিক্ৰী কৰিবলৈ থাকি যোৱা খৰি পৰিমান = 352.694 কি.গ্ৰা. - 225.702 কি.গ্ৰা. = 126.992 কি.গ্ৰা.
d) এজন দোকানীয়ে প্ৰথম দিনা 15 কি.গ্ৰা. 250 গ্ৰা. , দ্বিতীয় দিনা 18 কি.গ্ৰা. 750 গ্ৰা. আৰু তৃতীয় দিনা 25 কি.গ্ৰা. 500 গ্ৰা. চাউল বিক্ৰী কৰিলে । তিনিওটা দিনতে মুঠতে দোকানীজনে কিমান চাউল বিক্ৰী কৰিলে? যদি চাউলৰ বস্তাটোত মুঠতে 75 কি.গ্ৰা. চাউল আছিল , বিক্ৰীৰ পাছত বস্তাটোত কিমান চাউল বাকী থাকিব ?
উত্তৰঃ দিয়া আছে,
দোকানীজনে প্ৰথম দিনা বিক্ৰী কৰা চাউলৰ পৰিমান = 15 কি.গ্ৰা. + 250 / 1000 কি.গ্ৰা. = 15 কি.গ্ৰা. + 0.25 কি.গ্ৰা. = 15.25 কf.গ্ৰা.
দোকানী জনে দ্বিতায় দিনা বিক্ৰী চাউলৰ পৰিমান = 18 কি.গ্ৰা. + 750 / 1000 কি.গ্ৰা. = 18 কি.গ্ৰা. + 0.75 কি.গ্ৰা. = 18.75 কি.গ্ৰা.
দোকানী জনে তৃতীয় দিনা বিক্ৰী কৰা চাউলৰ পৰিমান = 25 কি.গ্ৰা. + 500 / 1000 কি.গ্ৰা. = 25 কি.গ্ৰা. + 0.5 কি.গ্ৰা. = 25.5 কি.গ্ৰা.
ஃ তিনিও দিনত দোকানী জনে মুঠ বিক্ৰী কৰা চাউলৰ পৰিমান = 15.25 কি.গ্ৰা. + 18.75 কি.গ্ৰা. + 25.5 কি.গ্ৰা. = 59.5 কি.গ্ৰা.
দিয়া আছে ,
বস্তাটোত থকা মুঠ চাউলৰ পৰিমান = 75 কি. গ্ৰা.
ஃ বিক্ৰীৰ পিছত বস্তাটোত থকা চাউলৰ পৰিমান = 75 কি.গ্ৰা. - 59.5 = 15.5 কি..গ্ৰা.
e) এটা বস্তাত 20 কি.গ্ৰা. 450 গ্ৰা. চিৰা ধৰিলে । তেনেকুৱা 7 টা বস্তাত মুঠতে কিমান চিৰা ধৰি ?
উত্তৰঃ দিয়া আছে,
1 টা বস্তাত ধৰা চিৰা পৰিমান = 20 কি.গ্ৰা. + 450 / 1000 কি.গ্ৰা. = 20 কি. গ্ৰা. + 0.45 কি.গ্ৰা. = 20.45 কি.গ্ৰা.
ஃ 7 টা বস্তাত ধৰা চিৰা পৰিমান = 20.45 কি.গ্ৰা. X 7 = 143.15 কি.গ্ৰা. ।
Post Id: DABP003781
0 Comments