অনুশীলনী-3
1. যোগ কৰাঃ
i) 20797, 7325 আৰু 54398
ii) 90053, 40700, 7380 আৰু 53573
iii) 5, 55, 555, 5555 আৰু 55555
iv) 9 হাজাৰ+2 শ+ 6 দহ+ স7 একক
v) 325 হাজাৰ+ 53 দহ+ 7 একক
vi) 3 টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।
vii) 6 টা বেলেগ বেগেক অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা।
উত্তৰঃ i) 20797+7325+54398=82520
ii) 90053+40700+7380+53573=191706
iii) 5+55+555+5555+55555=61725
iv) 9000+200+60+7=9267
v) 325000+530+12=325542
vi) 100+999= 1099
vii)
2. বিয়োগ কৰা-
i) 98765 ৰ পৰা 56789
ii) 5555 ৰ পৰা 55
iii) 10000 ৰ পৰা 1
iv) 4 টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 টা অংকৰে লিখিব পৰা আটাইতকৈ ়ডাঙৰ সংখ্যাটো ।
v) 6 টা বিভিন্ন অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 5 টা বিভিন্ন অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা।
উত্তৰঃ
i)98765-56789=41976
ii)5555-55= 5500
iii)10000-1=9999
iv)1000-999=1
v)100000-99999=1
3. পূৰণ কৰা-
i)570 Χ 143
ii)9073 X 101
iii)530 X 754 Χ 1000
iv)207 Χ 301 Х 100
v)2053 Χ 0 Χ 407
vi)8753 X 9999
উত্তৰঃ
i)570 X 143 =81510
ii) 9073 X 101 =916373
iii) 530 X 754 X 1000 =399620000
iv) 207 X 301 X 100 =6230700
v) 2053 X 0 X 407 =0
vi) 8753 X 9999 =87521247
4. পূৰণৰ খেল-
উত্তৰঃ
5. পূৰণৰ খেল
উত্তৰঃ
6. হৰণ কৰাঃ
i)3146 ক 78 ৰে
ii) 31000 ক 723 ৰে
iii) 216075 ক 5430 ৰে
iv) 5370123 ক 279 ৰে
v) 42606 ক 526 ৰে
vi) 35642 ক 1000 ৰে
vii) 9532 ক 1000ৰে
উত্তৰঃ
i) 40.33
ii) 42.87
iii) 39.79
iv) 19247.75
v) 81
vi) 35.642
vii) 9.532
7. এটা পুথিভঁৰালত 9560 খন ইংৰাজী ভাষাত লিখা, 2075 খন হিন্দী ভাষাত লিখা আৰু 11025 খন অসমীয়া ভাষাত লিখা কিতাপ আছে। পুথিভঁৰালটোত মুঠতে কিমানখন কিতাপ আছে। 10 টা খোটালীত কিতাপবোৰ সজালে প্ৰতিটো খোটালীত কিমানখনকৈ কিতাপ থাকিব?
উত্তৰঃ
পুথিভঁৰালটোত থকা ইংৰাজী ভাষাৰ কিতাপৰ সংখ্যা = 9560 খন
পুথিভঁৰালটোত থকা হিন্দী ভাষাৰ কিতাপৰ সংখ্যা = 2075 খন
পুথিভঁৰালটোত থকা অসমীয়া ভাষাৰ কিতাপৰ সংখ্যা = 11025 খন
মুঠ পুথিভঁৰালটোত থকা কিতাপৰ সংখ্যা = 22660 খন
10 টা খোটালীত ৰাখিব পৰা কিতাপৰ সংখ্যা = 1/10 খন
1 টা খোটালীত ৰাখিব পৰা কিতাপৰ সংখ্যা = 22660/10 খন
= 2266 খন
8. 58376 ৰ লগত কি যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যায়।
উত্তৰঃ ধৰা হল,
X= 58376 ৰ লগত যোগ কৰিব লগীয়া সংখ্যা।
প্ৰশ্নমতে,
(58376+X) - (8506) = 51104
58376 - 8506 + X = 51104
49870 + X = 51104
X = 51104-49870
X = 1234
ஃ 58376 ৰ লগত 1234 যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যায়।
9. 9806 ৰ লগত 3207 যোগ কৰি 100000 ৰ পৰা বিয়োগ কৰিলে বিয়োগফল কি হব ?
উত্তৰঃ ধৰা হল ,বিয়োগফটো X
প্ৰশ্নমতে,
9806 + 3207 --------------- (i)
দিয়া আছে,
100000 -------------------- (ii)
(ii) - (i) ⇒
= 100000 - (9806 + 3207 )
=100000 - 13013
= 86987
∴ বিয়োগফল, X = 86987
10. এটা কাটন 58 টা আপেল ধৰে । 55216 টা আপেল ভৰাবলৈ তেনেকুৱা কিমানটা কাটন লাগিব ? যদি 152 কাটন আপেল বিক্ৰী কৰা হয় তেন্তে বাকী ৰোৱা আপেলৰ সংখ্যা কিমান ?
উত্তৰঃ ধৰা হল,
58 টা আপেল ভৰাব পৰা কাটনৰ সংখ্যা হৈছে = 1 টা ।
1 টা আপেল ভৰাব পৰা কাটনৰ সংখ্যা হৈছে = 1/58 টা।
55216 টা আপেল ভৰাব পৰা কাটনৰ সংখ্যা হৈছে = 1/58 X 55216
= 952 টা
55216 টা আপেল ভৰাব পৰা কাটনৰ সংখ্যা হৈছে = 952 টা
আমি জানো যে-
1 টা কাটনত ভৰাব পৰা আপেলৰ সংখ্যা হৈছে = 58 টা।
152 টা কাটনত ভৰাব পৰা আপেলৰ সংখ্যা হৈছে = 152 X 58 টা।
= 8816 টা।
∴ মুঠ আপেলৰ সংখ্যা হৈছে = 55216 টা।
152 টা কাটনৰ আপেল বিক্ৰী কৰি ৰোৱা আপেলৰ সংখ্যা হৈছে = 55216 - 8816 টা।
= 46400 টা।
11. 500 ৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে 32 ৰে হৰণ যাব ?
উত্তৰঃ
ধৰা হল,
X = 20
প্ৰশ্নমতে,
=(500 - X) / 32
=( 500 - 20 ) / 32
= 16
ஃ 500 ৰ পৰা আটাইতকৈ 20 বিয়োগ কৰিলে 32 ৰে হৰণ যাব।
12. 666 ৰ লগত আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে 28 ৰে হৰণ যাব ?
উত্তৰঃ ধৰা হল,
X= 6
প্ৰশ্নমতে ,
= (666 + X) / 28
= (666 + 6) / 28
= 24
∴ 666 ৰ লগত আটাইতকৈ সৰু সংখ্যা 6 যোগ কৰিলে 28 ৰে হৰণ যাব।
13. এটা পাঁচণহলীয়া অট্ৰালীকাৰ প্ৰতি মহলাত 16 টাকৈ ফ্লেট আছে। প্ৰতিটো ফ্লেটত 5 টাকৈ কোঠালী আছে । অট্ৰালীকাটোত মুঠতে কিমালটা কোঠালি আছে ? প্ৰতিটো ফ্লেটৰ বিক্ৰী মূল্য 5 লাখ টকা হলে, অট্ৰালিকাটোৰ মুঠ মূল্য কিমান হব?
উত্তৰঃ দিয়া আছে,
অট্ৰালীকাটোৰ মুঠ মহলৰ সংখ্যা = 5 টা।
1 টা মহলাত থকা ফ্লেটৰ সংখ্যা = 16 টা।
5 টা মহলাত থকা ফ্লেটৰ সংখ্যা = 16 X 5 টা
= 80 টা
1 টা ফ্লেটত থকা কোঠালীৰ সংখ্যা = 5 টা
80 টা ফ্লেটত থকা কোঠালীৰ সংখ্যা = 80 X 5 টা
= 400 টা
এতিয়া,
1 টা ফ্লেটৰ মূল্য = 500000 টকা
80 টা ফ্লেটৰ মূল্য = 80 X 500000 টকা
= 40000000 টকা ।
ஃ অট্তালীকাটোৰ মুঠ মূল্য হব = 40000000 টকা।
14. খালীঠাই পূৰ কৰা ঃ
i) 7 4 __ __ __
- 3 __ __ 4 4
_________________________
ii) 2 6 __ __ 2
+ 5 __ 5 4 8
____________________
8 0 0 0 0
iii) 6 __ 4
X 3 __
______________
iv) 9 1 9
উত্তৰঃ
i) 7 4 3 0 8
- 3 6 1 4 4
________________
3 8 1 6 4
ii) 2 6 4 5 2
+ 5 3 5 4 8
________________
8 0 0 0 0
iii) 6 4
X 3
___________
5 _ 9 2
2 0 _ _
_______________
2 5 _ 1 __
15. খালী ঠাই পূৰ কৰা ঃ
16. যোগ কৰাঃ
1 2 3 4 5 6 7 8 9 9 8 7 6 5 4 3 2 1
1 2 3 4 5 6 7 8 8 7 6 5 4 3 2 1
1 2 3 4 5 6 7 7 6 5 4 3 2 1
1 2 3 4 5 6 6 5 4 3 2 1
1 2 3 4 5 5 4 3 2 1
1 2 3 4 4 3 2 1
1 2 3 3 2 1
1 2 2 1
1 1
____________________=____________________
10 8 3 6 7 6 2 6 9 10 8 3 6 7 6 2 6 9
Post Id:DABP003775