অনুশীলনী 5(A)    


1. উৎপাদকবোৰ উলিওৱা আৰু প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক লিখা-

12, 21, 30, 48, 23, 81, 97, 100

উত্তৰঃ

12 = 1 X 12

12 = 2 X 6

12 = 3 X 4

ஃ   12 ৰ উৎপাদকবোৰ - 1, 2, 3, 4, 6, 12

i)  12 ৰ প্ৰকৃত উৎপাদক হৈছে - 2, 3, 4, 6

ii) 12 ৰ অপ্ৰকৃত উৎপাদক হৈছে - 1 আৰু 12 ।


21 = 1 X 21

21 = 3 X 7

ஃ 21 ৰ উৎপাদকবোৰ হৈছে - 1, 3, 7 আৰু 21 ।

i) 21 ৰ প্ৰকৃত উৎপাক হৈছে - 3 আৰু 7 ।

ii)21 ৰ অপ্ৰকৃত উৎপাদক হৈছে - 1 আৰু 21 ।


30 = 1 X 30

30 = 2 Х 15

30 = 3 Χ 10

30 = 5 X 6

ஃ 30 ৰ উৎপাকবোৰ হৈছে - 1, 2, 3, 5, 6, 10, 15 আৰু 30 ।

i) 30 ৰ প্ৰকৃত উৎপাকবোৰ হৈছে - 2, 3, 5, 6, 10 আৰু 15 ।

ii) 30 ৰ অপ্ৰকৃত উৎপাকবোৰ হৈছে - 1 আৰু 30 ।

48 = 1 X 48

48 = 2 X 24

48 = 3 X 16

48 = 4 X 12

48 = 6 X 8

ஃ 48 ৰ উৎপাকবোৰ হৈছে - 1, 2, 3, 4, 6, 8, 12, 16, 24 আৰু 48 ।

i) 48 ৰ প্ৰকৃত উৎপাদকবোৰ হৈছে - 2, 3, 4, 6, 8, 12, 16 আৰু 24 ।

ii) 48 ৰ অপ্ৰকৃত উৎপাদকবোৰ হৈছে - 1 আৰু 48 ।


23 = 1 X 23

ஃ 23 ৰ উৎপাদকবোৰ হৈছে 1 আৰু 23 ।

i) 23 ৰ অপ্ৰকৃত উৎপাদক হৈছে - 1 আৰু 23 ।

81 = 1 X 81 

81 = 3 X 27

81 = 9 X 9

ஃ 81 ৰ উৎপাদকবোৰ হৈছে - 1, 3, 9, 27, আৰু 81 ।

i) 81 ৰ প্ৰকৃত উৎপাদকবোৰ হৈছে - 3, 9 আৰু 27 ।

ii) 81 ৰ অপ্ৰকৃত উৎপাদকবোৰ হৈছে - 1 আৰু 81 ।


97 = 1 X 97

ஃ 97 ৰ উৎপাদকবোৰ হৈছে - 1 আৰু 97 ।

i) 97 ৰ অপ্ৰকৃত উৎপাদকবোৰ হৈছে - 1 আৰু 97 ।


100 = 1 X 100

100 = 2 X 50

100 = 4 X 25

100 = 5 X 20

100 = 10 X 10

ஃ 100 ৰ উৎপাদকবোৰ হৈছে - 1, 2, 4, 5, 10, 20, 25, 50 আৰু 100 ।

i) 100 ৰ প্ৰকৃত উৎপাদকবোৰ হৈছে - 2, 4, 5, 10, 20, 25 আৰু 50 ।

ii) 100 ৰ অপ্ৰকৃত উৎপাদকবোৰ হৈছে - 1 আৰু 100


2. উৎপাক বৃক্ষ সহায়ত উৎপাদকবোৰ উলিওৱা -

8, 18, 32, 45, 72, 63, 92

উত্তৰঃ 

                                                                                                                                                                                                                           























3. খালী ঠাই পূৰ কৰা ঃ


a) 







 














উত্তৰঃ 







4. তলৰ প্ৰথম সংখ্যাটো, দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা ঃ

a) 3, 27     b) 5,  59    c) 9, 144    d) 7, 343     e) 8, 644

উত্তৰঃ 

a)


ஃ 3, 27 ৰ উৎপাদক হয়।


ஃ 5, 59 উৎপাদক নহয়।


ஃ 9, 144 ৰ উপাদক হয়।



ஃ 7, 343 ৰ উৎপাদক হয়।



ஃ8, 644 ৰ উৎপাদক নহয়।

5. বাকচৰ ভিতৰৰ যিবোৰ সংখ্যা বাহিৰৰ সংখ্যাচোৰ উৎপাদক হয়, সেইবোৰত চিনাক্ত কৰা-

a) 16 (2, 3, 4, 6, 8, 12, 16)

b) 42 (2, 3, 4, 6, 7, 12, 14)

c) 96 (2, 3, 4, 5, 6, 8, 12, 16)

উত্তৰঃ

a) 16 ৰ উৎপাদকবোৰ হৈছে - 2, 4, 8 আৰু 16 ।

b) 42 ৰ উৎপাদকবোৰ হৈছে - 2, 3, 6, 7 আৰু 14।

c) 96 ৰ উৎপাদকবোৰ হৈছে - 2, 3, 4, 6, 8, 12 আৰু 16 ।



6. খালী ঠাইবোৰ দুটা সংখ্যাৰে বিভিন্ন ধৰণে পূৰাব লাগে । সংখ্যাযোৰবোৰ লিখা -

a) _ X 10 = 20

(   ), (   ) ...

b) _ X _ = 36

(   ), (   ), (   ), (   )

c) _ X _ = 80

(   ), (   ), (   ), (   )

উত্তৰঃ

a) 2 X 10 = 20

( 2, 10),  (4, 5)

b) 2 X 18 = 36

( 3, 12)  (4, 9)  ( 6, 6)  ( 9, 4)

c) 2 X 40 = 80

( 4, 20),  ( 5, 16),  (8, 10),  (10, 8)


Post ID : DABP003483